পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ আনৰ ভালুক সৰভৰ মাংস ছয়। মুগ নাতি তাৰ মাংস ভক্ষ্য নিশ্চয়॥ ৩৮৪ দধি দুগ্ধ ঘৃত ভক্ৰ জানা মহিষৰ। স্বস্তিকা ভক্ষ্য নবনিত ব্ৰাহ্মন। উছৈ শ্ৰবা মাং* দুগ্ধ আদি কৰি যত। চাৰি জাতি নভক্ষিন বেদৰ সম্মত॥ ৩৮৫ এবি বাসৰত দ্ৰকক মহাস। চাৰি জাতি বজ্জিবেক ভক্ষ নিশ্চয়। প্যসিত জল অন্ন দুগ্ধ ব্ৰাহ্মন। নকৰিব ভক্ষ্য নজানিবা ব্ৰজেশ্বৰ। •চাৰি জাতি অবিচাৰ তাক নিশ্চয়। সুভুঞ্জিৰ সুৰাতুল জানা, মসয়। গো মাংসতো কৰি চাৰ অবিচাৰ অন্ন। কদাছিতে মুভুঞ্জিব ব্ৰাহ্মন সজ্জন॥ ৩৮৭ যদি ভুঞ্জি তাৰ দেৰ পিতৃৰ পুজন। সমস্ত নিল ছোৱে জানা তপোধন॥ ব্ৰাহ্মন বৈষুবে মৎস্য মাংস মুভুঞ্জি। অন্য জনে পাঞ্চ পৰ্ব সদায়ে হেজিব॥ ৩৮৮ দেৰ পিতৃ তাৰ শিষ্ট মৎস্য মংস ছয়। ভুঞ্জকে চাৰি জাতি দোস নাহিকয়। পঞ্চপবে সমস্তে তেজি মাংস ছয়। ব্ৰাক্ষনক দিলে মাংস পবিত্ৰ ৱয়। ৩৮৯ অসংস্কৃত তৈল লবনযে যদি হয়। তাহাক তেজিলে শিষ্টে কৰিবা সংসয়। অগ্নিত সংস্কৃত তৈল ব্যঞ্জন লবন। সমন্তে ভুঞ্জেক তাক পবিত্ৰ কন॥ ৩৯০ একহাতে ধৃত তৈল জিজনে আনয়। সেহি ধৃত এন সিতে অভক্ষ হয়। কমি যুক্ত যিতো দ্ৰব্য দেখে যিতো হয়। ব্ৰাহ্মনে বৈষ্ণুবে সদা অভক্ষ হোৱয়। ৩৯১ যতি ব্ৰহ্মচাৰী ভক্তে হৰিক নেদিয়া। কদাচিতো মুভূঞ্জিব অভক্ষ জানিয়া। পিপিলিকা মধুমিশ্ৰ গব্য গুৰ ছয়। জিব। আনো দ্ৰব্য পিপিলিকা মিশ্ৰ হয়॥৩৯২ অভক্ষ জানিয়া তেজিক মাসয়। বেদ সাস্ত্ৰ গনে তাক কহিয়া আছয়। পক্ষি ভক্ষ কীট ভ' দুগ্ধ ফল ছয়। কাক ভক্ষ সমস্ত অভক্ষ মাসয়। দুই পঙ্ক তৈল পঙ্ক মিষ্ট অন্ন ছয়। সুদ্ৰৰ সকৃত ভৈলে তাৎক্ষ নিশ্চয়। মুদ্ৰ ভ্ৰষ্ট পিষ্টককে। অভক্ষ দোয়। অন্নজল অস্তছিৰে তেজিৰ নিছয়। ৩৯৪ অসৌচৰ পৰদিনে শুদ্ধ যেন হয়। সাস্ত্ৰৰ নিসিদ্ধ যিতো তেজিৰে লগয়। জথা জ্ঞানে ভক্ষাভক্ষ কহিলে। তোমাত। কৰ্ম্ম বিপাকক মায় কহিবে। সাক্ষাত। ৩৯৫ ক্ৰমে চাৰিবেদে কহি আছে চাৰিমত। সবাৰে সাৰাংস মই কহে। স্বৰুপত। পৰম দুৰ মই সমস্তে বেদৰ। তোমাৰ লগত কহা সুনা আতপৰ। ভোগ বিনে কৰ্ম্মজান মুহি কয় ক্ষয়। শত কোতি কল্প মানে তাতে মুগুছয় ৩৯৭ সুমুভ কৰ্ম্মফল জানা মাসয়। অৱশ্যে ভুঞ্জিবে লাগে নাহিক সংসয়। দেৱ তীৰ্থ কায় কৃত ক্লেশ গুৰুতৰ। কিঞ্চিত নাৰ্য্য হবে জানা মনুষ্যৰ। ৩৯৮ প্ৰায়ছিক্ত আছৰিবে নন্দ মহাসয়। মোত পৰামূঢ় ভেঙ্গে নিষ্পাপ নয়। যদি সব। সুৰ ভাও সুদ্ধি নকয়। সেমিতে প্ৰায় চিত্ত বিমুখ জি হয়। ৩৯৯ সুৰৰ ভাণ্ডক যদি পখালে নদিত। তথাপি পাত্ৰৰ সুদ্ধি নহে কদাচিত? প্ৰয়ছি পুণ্য নহে মুদ্ধি মনুস্য। দান যোগ পুন্য ছয় আৰম্ভ কৰ্ম্মৰ ৪০০