uz ব্ৰহ্মবৈবৰ্ত পুৰাণ। দ্বিজ বলে। ৰামে বোলে মোৰ মন নাৰায়ণে থাকিবোহা সদায়ে সুমৰি। এহি কৃপা দিন বন্ধু কৰা কৃপা মোকসিন্ধু সদায়ে বুলিয়ো ৰাম হৰি। ৩৭০ ভক্ষ্যা-ভক্ষ্য দ্ৰব্য বণণ। পদ। নন্দ নিগদতি প্ৰভু দেৱ দামোদৰ। ভক্ষাভক্ষ্য কহিকে চাৰিয়ো বৰ। সমস্ত প্ৰানিৰ বাপু বিপাক কৰ্ম্মৰ। কহিয়োক মহাভাগ দেৱ দামোদৰ॥ ৩৭১ ভগৱন্ত বদতিযে ভক্ষাভক্ষ্য যত। 5াৰিয়ে। বৰ্ণক কহে শুনিয়ে সাম্পত॥ বেদৰ বচন নন্দ শুনা মহাশয়। সাৱধানে শুনিয়োক কহিবে। নিম্নয়৷ ৩৭২ লোহাৰ পাত্ৰত পান নকৰিয়ে। কাষ। ভ্ৰষ্ট দ্ৰব্য মধুগুৰ নাৰিকল বষ। সিদ্ধ অন্ন ব্যঞ্জনাদি ফলমুল যত। সমস্ত অভক্ষ্য মুনি গনেৰ সম্মত। দুগ্ধ তন্ন সোবিৰক অক্ষ্য নিশ্চয়। ব্ৰহ্মাৰে সন্মত জানিবাহা মহাসয়। নাৰিকল জল কাংস্য পত্ৰত নিশ্চয়। তাম্ৰ পাত্ৰ স্থিত মধু অপেয়্য হোৱয়। ৩৭৪ তাম্ৰ পাত্ৰ স্থিত গব্য নিসিদ্ধ হোয়। ঘৃতক বজ্জি য় গ মদ্য সম হয়। তাম্ৰ পাত্ৰ স্থিত্ব পান কৰে পায়সক। ভোজন কৰয় যিতে উশৃষ্টে ঘৃতক। ৩৭৫ দুগ্ধ সমে লোৱনক কয় ভোজন। সত্যে সিতে। জনে কৰে গোমাংস ভোজন। মধু মিশ্ৰ লবনকে। অভক্ষ্য হোৱয়। ঘৃত তৈল গুড় মিশ্ৰ অক্ষ্য নিশ্চয়॥ ৩৭৬ আদায়ে সহিতে গুৰ অভক্ষ্য হোৱয়। পিণ্ড শেষ লকো অক্ষ্য মহাসয়। মাঘমাসে মুলকক মৃতি। শয়নে। শিষ্ট জনে ত্যাগ কৰে বেদৰ বচনে। ৩৭৭ দুইবাৰ ভোজন নিসিদ্ধ দিবস। নিসিদ্ধ হোৱয় জানা সন্ধ্যাৰ কালত।' ৰাত্ৰি সেষ প্ৰহৰত কৰিবক ত্যাগ। অসুচি তাক তেজিবেক মহাভাগ। ৩৭৮ পানীয় পায়স ছন্ন ঘু লৱনক। লবনিত ক্ষিৰ মধু স্বস্তিক তক্ৰক। পৃষ্টৰযে পড়ান্তে গ্ৰহন ৰয়। গে। মাংস সদৃশ সিতে অক্ষ হোৱয়। ৩৭৯ ৰুপৰ পত্ৰত কৰ্পৰক যিতো খাই। সেহি কপূৰক জানা নিসিদ্ধ হেয়। তন্ন পবিসেসনক যিজনে কয়। অন্যে পৃষ্ট ভৈলে তন্ন অভক্ষ্য নিশ্চয়॥ ৩৮০ নৈ নৰ বৰাহ মহিষ সৰ্প ছয়। মৰ্জাৰ শৃগাল উট গৰ্দভ যিহয়। ‘সংহ ব্ৰাঘু কুকুৰৰ জিল। মাংস ছয়। সদায় মনুষ্য মাংস অভক্ষ্য হোৱয় || ৩৮১ সুদ্ধ ঘৰিমাল জলজন্তুৰ মধ্যত। মণ্ড ক কোকোৰা কেচু দি কৰি'ত। গোৰ মাংস ছৱৰি পশুৰ মাংস চয়। চাৰিয়ো জাতিৰ সবে অভক্ষ্য নিশ্চয়॥ ৩৮২ হস্তি ঘোৰা মনুষ্যৰ জিবা মাংস হয়। অভক্ষ্য গ্ৰহনো মাংস জিবে নিশ্চয়। লোকে বেদ নিসিদ্ধ কয় মাংস ষাৰ। তাহাকো তেজিৰ নৰে কৰিয়া বিচাৰ। ৩৮ ডাহ মহ মাখি পিপিলিকা পোক ছয়। অভক্ষ্য জানি1 বৰ্জিকে নৰ ছয়॥ 999
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭০
অৱয়ব