পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ। ০ নখমত্ত গজেন্দ্ৰৰ যলজানা গোপিকাৰ ৰাতুল আকাৰ স্থান তিনি লক্ষ যোজনৰ বেষ্ণান কৰিয়া আছেতাত। সুললিত নাদ কোকিল। নবিন যৌৱন সতি আতিশয় কপৱতি কোকিল সহিতে তাত গুঞ্জে। সব্দে অসংখ্য উপমা নাহিকে তাসম্বাৰ। ৩৬২ অসংখ্য ছয় মধুকৰ ৩৬৬ ইন্দ্ৰৰ বিম্বৰ সম. বৰ্ত্তল আকৃতি ম্য সেহি বৃন্দাবনে ৰম্য আছয় তাক্ষয় বট ৰাসৰ মণ্ডল নিৰুপম। যোজন সহস্ৰ উৰ্দ্ধ হয়। সদাৰত্নে বিচিত দশ যোজনৰ পথ পালিয়ে ছাৰিগুন ৰাখিথাকে গোপিগন তিৰম্য কস্তুৰি কুঙ্কুম। সৰ বাঞ্চা ফলক দিৱয়। সুগন্ধি ছনছয় ম্যবাম আছে তিনি দাষি গনে কৃড়াৰে ৰঙ্গ মনে সুমঙ্গল ঘটেৰে আবৃত। আবৰিয়া বটৰ তলত। ফলপল্লৱেৰে যুত দধিলাজা আছে তাত বিৰজাৰহয় কাছে সুষিতল বাৰ বায়ু, দুলাংকুৰ শ্ৰীফলে ৰঞ্জিত॥ ৩৬৩ গোপিগনে কৃড়য় জলত। ৩৬৭ শ্ৰীৰাম কন্দলিস্তম্ভ তাসংখ্যাত মনোৰম নংখ্যাত গোপিসমে বৃন্দাবন বিশয়ত পট সুত্ৰ তাহাত গ্ৰথিত। ৰাধা দেৰি কৃড়ক কয়। চন্দনে পল্লৱ যুক্ত মাল্যৰ সমুহ তত সেহি ৰাধ যানা সাৰ সুদামাৰ সাপে পুনু ভুশনে কয় বিভুসি। বৃক 'ভানু সুত হুয়া ছয়। ৰখনে ৰাচ ৰম্য সশৃঙ্গ গিৰিৰ প্ৰানত। অধিক পৃয়া অধি দেবী জনামোৰ কোটিৰ যোজন উশৃতত। ব্ৰহ্মাদিয়ে। যাহাক পুজয়। কোটি সুৰ্য নোহেসমে গিৰিবৰ নিৰুপম ব্ৰহ্ম। আদি দেৱগন মুনিন্দ্ৰ সিদ্ধেন্দ্ৰ যত কিহিবে। তন গুণ যত॥ ৩৬৪ কায় কষ্টে |হাক সেবয়॥ ৩৬৮ তাৰ দশ গুণ মানে দীৰ্ঘজানা গিৰিবড় সিদ্ধিগুন বল বৃদ্ধি জ্ঞান যোগ বিদ্যা কৰি প্ৰস্থে হোৱে কোটিৰ পঞ্চাষ। সমস্তে প্ৰকাৰে পুজ্য হয়। সত শৃঙ্গ গিৰিবড় বেড়ি কাছে গোলোকড় মোহোৰ শদৃশ বাধা জানিবাহা মহাস মনোহক গড় মাভাষ। তৃজগতে বন্দিয়া থাকয়। তাহাৰ উপৰি ৰম্য বৃন্দাবন অনুপম। ব্ৰহ্মাণ্ডৰ সমত ব্ৰহ্মাণ্ড বন্ন না কথা ছন্দনৰ বৃক্ষ সংখ্যাত। কহিলে। তোমত নন্দৰাই কল্প বৃক্ষ আদি কৰি ফলে পুষ্পে ভৰি পুৰি পুৰপি মঞি পিতৃ কহিবেহো কিবা কথা কাম মুে গননা আছে তত॥ ৩৬৫ শুনিক যুশ্ৰদ্ধা জাই॥ ৩৬৯ কৃড়া সৰোবৰ তাত পুষ্প বাৰি অসংখ্যাত ব্ৰহ্ম বৈব পদ মা পুৰাণৰ কথা ম্য ৰত্ন মন্দিৰে সোভয়। নন্দ কৃষ্ণ, সম্বাদতে সাৰ। ৰাধা কৃষ, কৃড়। স্থান জাৰসম নাহি আন চতুৰ অধিক আশী অধ্যায়যে মনোৰম অসংখ্যতি গোপিকা ৰাখয়। শুনিহৱে পাতেক নিস্তাৰ।