পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬০ ব্ৰহ্মবৈবৰ্ত পুৰাণ ভকতৰ স্থান কুযযাগিদে নহে জানানন্দ মহাস। বৈকুণ্ঠ উপড়ি গোলোক অছয় সিতে স্থান নিৰাশ্ৰয়। পঞ্চাসত কোটি যোজন উপৰে বৈকুণ্ঠৰ পৰা হয়। বায়ু আছে ধৰি নাহি জাক সৰি সিতো স্থান নিৰাশ্ৰয়। ৩৫৫ মোহোৰ ইচায়ে নিত্য ৰুপ ধৰি নিৰ্মি আছে। স্থান খান। অতিসয়ম পৰম বিচিত্ৰ নাহিকে যাৰ সমান। শুন সমাজিক জন্ম কৰ্ম্ম মহন্তৰ। ব্ৰহ্মাণ্ড বচন আপু আক্ষান তাগনি যেন পাপৰ | ৩৫৬ নিস্কপট কৰি তেজি অন্য এৰ কাম। সমস্তোকে চাড়ি ভজিয়ো দৈত্যাৰি মুখে বোলা ৰাম ৰাম। কৃষৰ চৰিত্ৰ কোটি যোজন প্ৰস্তে বিস্তাৰতো সেহিমান দীঘে সত গুণ বিৰজাৰ। বিৰজাৰ দুই পাৰ হিত্নে জাতিস্কাৰ মানিকে সোভিত অতিসাৰ॥ ৩৫৮ অসংক্ষাত মনিময় কৌস্তুভ ছয় হয় দুই পাৰে গৃহ প্ৰকায়। ৰ বিৰচিত তাত গৃহ শোভে অসংক্ষাত অদভুত গড়ে বেছি ছয়। পুস্পবাৰি অসংক্ষাত কামধেনু সবেতাত কবৃক্ষে শোভিয়া আছয়। পুস্প সোতে পাৰিজাত অসংক্ষাত আছে তা সৰো সৰ সবে প্ৰকাসয়। পুস্পবাৰি তাসংক্ষাত ফুন্সিপুষ্প আছে ত তিনি কোটি গৃহ প্ৰকাশ। ৰাষৰ মশুল সাৰ ৰত্নময় গৃতাৰ গোপ গোপি বেঢ়িয়া আছয়। ৰত্বৰ প্ৰদীপছয় তাতে শোভা কৰিছয় পুষ্পস্য: সমন্নিত তাত। মন্দ অসেক আদি আছয় অনেক বৃক্ষ ফুলি আছে তাহাত সাখাত ৩৬০ সুগন্ধি চন্দন গন্ধে কৰি কংকন সমে আতিসয় কৰে সুগন্ধিত। ধুপৰ সুৰভি গন্ধে মানা গনে। তাতে সোতে ৰত্নৰ দপ্পণ মনোনিত। কৃড়া সমস্তে দ্ৰব্য তাম্বুল বাষিত জন্ম মনে বাপ। কয় জাহক। যাৰ জিবা বাঞ্চা যাই তালাক তাহাতে পাই নাহি সক্তি কৰিলে সংক্ষাৰু। ৩৬১ তিনি কোটি ৰাধা দাষি সদায়ে ঋকয় ৰাখি গৱে সুদ্ধ ৰত্ন আভৰণ। অগ্নি সুদ্ধ, বস্ত্ৰ গন মুক্তাহয় বিতোপন ৰাষ মণ্ডলত গোপিগন। কৃষক সুমৰি ছবি গোলোক বণন। ভগৱন্ত নিগদতি সুনানন্দ মহামতি গোলোক বন কথা সাৰ। আতিশয় ৰম্য স্থান যাত পৰে নাহি আন উপমাকে নাহি কয় আৰ। ৩৫৭ শত শৃঙ্গ গিৰিবৰে বেৰি আছে নিৰন্তৰ পুষ্ণ বৃন্দাবন আছে তাত। ৰাষৰ মণ্ডল নাম কৃড়া স্থান অনুপম বিৰজায়ি আছ অথত।