পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ এসব অস্তে অমৃত অঙ্গ কৰাই লেহে। মঞি পান। মহা বিৰাটৰ যোগৰ বলত বড় পায়া পাছে আতিশয় মনোহৰ। মোহোৰ মায়াত প্ৰতি ব্ৰহ্মাণ্ডত ব্ৰহ্মা বিষ্ণু, মহেশ্বৰ। দিগ পাল দস দ্বাদস আদিত্য লোম আছে যত মান। লোম প্ৰমান কুপ যত মান কলে পুন্ন হুয়ায়। সেতি লোম কুপে জনম ধৰি থাকয়। ৩৪৭ নাভি পদ্ম হস্তে ক্ষুদ্ৰ বিৰাটৰ ধুদ্ৰ বিৰাটৰ সহ পত্ৰ কমল। সেহি কমলত ব্ৰহ্মা ফ্ৰাত ভৈল জানিবাহ। মহাবল। পদ্মত বসিয়া চিন্তাতুৰ হুয়া পাছে ব্ৰহ্ম। প্ৰজাপতি। কৈৰ পৰা জন্ম মোহোৰ ভৈলেক বিছায় মহামতি॥ ৩৮ কোন বাপমাৰ কোন বা বান্ধৱ হেনকৰে মিৰিষ। উগুল গুগুল মনত ব্ৰহ্মাৰ নপাৱে একে। উদিশ। দিব্য তিনি লক্ষ বৎসৰে বিছাৰ কৰিল পদ্মে তিস্তুত। বিচাৰি নপাই পৃ ব্ৰহ্মা পাছে বষিল আসি পদ্মোত। ৩৪১ াত অনন্তৰে পক্ষ পক্ষ দণ্ড মোহোক মনে স্মৰিল। সেহি কালে মঞি* সিদ্ধমন্ত্ৰ দিলো কমলে ব্ৰহ্মা জপিল। সংসীত নিয়মে ব্ৰহ্ম সুদ্ধ হুয়া দিব্য বৰ্ষ লক্ষমাত। জপি মোৰ মন্ত্ৰ বৰক লভিল। মোৰ পৰা সিবেলাত॥ ৩৫০ একাদষ ৰুদ্ৰ গন। বৃষ নৱ গ্ৰ তিনি কোটি দেৱ ব্ৰাহ্মন ক্ষেত্ৰিয় জন। ৩৫১ বৈশ্য সুত্ৰ যক্ষ ৰাক্ষস পিসাছ ভুত আদি নিৰন্ত। গন্ধব কিন্নৰ আদি নিৰন্তৰ সৰে জীৱ চৰাচৰ। বিশ্বে বিশ্বে নিৰ্মি সাত সাত সৃঙ্গ সাত দ্বিপ মনোহৰ। সাগৰৰো সাত নিৰ্ম্মি আছয কাঞ্চন ভুমি কছি। ৩৫২ তাত অনন্তৰে লোকালোক বল মহাঘোৰ অন্ধকাৰ। পাতালৰো সাত ব্ৰহ্মাণ্ড ভিতৰে চন্দ্ৰ সুৰ্য দুইসাৰ। পুক্ষেত্ৰ যত ভাৰত বৰিষ গঙ্গা আদি তীৰ্থ ছয়। ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত সমস্তো আচয় জানিবাহ। সমস্তয়। ৩৫৩ জিবা পড়িমিত লোম মহন্তৰ শুনিয়োক নন্দৰাজ। সেহি পড়িমিত ব্ৰহ্মাণ্ডৰ সংখ্যা কইলো আমি নাহি ৰাজ সিস্বৰ উপৰি বৈকুণ্ঠ আছয় জানা নঙ্গ নিৰাশ্ৰয়। মোহৰ ইচ্ছায়ে নিৰ্ম্মি আছো মঞি বেদো কইবে নপাড়। ৩৫৪