CE ব্ৰহ্মবৈবৰ্ত পুৰাণ। ডিম্বাক দেখিয়া কোপক কবিয়া পদে অনাদৰ কৰি। বিশ্ব গোলোকক তাহাক অধ পেলাইল। ৰখা সুন্দৰি। সেহি ডিম গোট ধৰ্ম জলে পাত মহা বিৰাট বোলয়। ৰাধিক। সুন্দৰি অনাদৰ কৰি ৩৪৩ কলা পে বাধা দেবি ভগৱতি হুয়াছয় বসুমতি। কলায়ে তুলসি কলা গঙ্গ। দেৰি কলা ৰুপ সৰ্ব্বসতি। যিতো শক্তি সমে সৃষ্টি কৰো আমি পুনু পুমু নন্দৰাই। ৰাসৰ মধ্য ৰাধা সমে মঞি কৃড়িলোহো সমুদাই॥ ৩৪০ অদভুত কৃড়া অতি কছি কৰ কৌতুক মনে বিস্তৰ। ব্ৰহ্মাৰ বৰিষ শত গৈল তাত কৰিলে। মই শৃঙ্গাৰ। সিটে। গোলোকত ৰাস মণ্ডলত দুইবো দেহে ঘৰ্ম্ময়। শ্ৰমিল বিস্তৰ ভৈল সৰোবৰ ঘৰ্ম ৰাশি মহাশয়॥ ৩৪১ তৈৰ পৰা আসি পৰি ঘৰ্ম্ম ৰাশি মহাবেগে ভয়ঙ্ক। বিস্ব গোলোকত সৰি ঘৰ্ম্মত পুৰ্ব্বকালে ষেশ্বৰ। জলপুৰ্ণ ভৈল। গোলোক সবে সৃষ্টি নস্ত গৈল। শৃঙ্গাৰৰ অন্তে ৰাধীকাৰ গৰ্ভে গৰ্ভধান মহা কৈল ৩৪২ সেহি বাধা দে নী গৰ্ভক ধৰিল পুৰৰ কালত অপত্য জনক মঞি দেখি পৰি নাৰ। ৰাধিকাক প্ৰতি সাপ দিলো আমি পুত্ৰিনি হোৱা সব। প্ৰৰ কালত মোহেব সাপ অলপত্য ৰাধা সতি। পুন্ন ৰুপ চাৰি অপুলিনি বাধা দুগ। ক্ষমী সৰস্বতি॥ ৩৭৪ একলা প্ৰকৃতি কপ ভেদে চাৰি ৰাধা লক্ষ্মি সৰস্বতী। ভৈল অপুত্ৰিনি চাৰিয়ে কমিনি দক্ষ কন্যা দুগসতি। আনো (দৰ তাৰ সুন্দৰি যতেক সবে ভৈলা অপুত্ৰিনি। অংস কলা যিতো ভৈলা ৰাধিকাৰ সমস্ত দেৱ কামিনি। ৩৪৫ ৰাধিকাৰ কলা কৰি ষি অংশ সেছি অংশে যিনাজাত। সবে অপুতিনী দেৱৰ কামিনী কহিলো মঞি তোমত। ঘৰ্ম্ম জলে মোৰ মহা বিৰাটৰ আধাৰ ভৈলেক জল। নিজ কৰ্ম্ম বষে অলৰ উপৰে প্ৰসবিল মহাবল। ৩৪৬ ব্ৰহ্মাৰ বৎসৰ পত। শতেক বৎসৰ অন্তৰে ৰাধিকা প্ৰসৱ ভৈল কালত। ডি ভয়ঙ্কৰ বিসাদ কৰিলা আতি। সোক গুৰুত্তৰ কান্দিলা বিস্তৰ পাছে ৰাধা ভগৱতি ৩৪২ অদভুত দেখি
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬৬
অৱয়ব