পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ ৫৭ এহি কৰয় নপুৰে যত্ন। উঝটি পদ্মে পত্ৰ নিলে দুতয় লোছনে শোভে আতি মনোহৰে। কৃষ্ণুসাৰ মৃগ নয়ন সুন্দৰ তান চক্ষু নিন্দা কৰে। ৰত্নে বিছিত কেয়ৰ যুগলে ভুজ দুই প্ৰকাশিত। প্ৰকাশে সোভন অতি ৰঞ্জিত॥ ৩৩২ বতুৰ আছি দশে। আঙ্গুলিত ৰাৰ কৰৈ শোভিত। •তি সুদ্ধ ৰত্ন দুপুৰে প্ৰকাশে ৰনে পদ্মে। ৰঞ্জিত। ঝুন ঝুন শব্দ চৰনে অতি ৰঞ্জিত। পদ আঙ্গুলিত কৰে আতি প্ৰকাশিত॥ ৩৩৩ চৰনৰ লে। আলত শে। ভয় দেখিতে অতি শোভিত। ডম্বৰু কালি বাসতে হালে মেখলা তাত ৰঞ্জিত। গজি গমনি আসাৰ কামিনি মা সন্তি সুৰেশ্বৰি। মুনিৰ মন হয় তেখন নাতিকে সম সুন্দৰি। ৩৩৪ মোহোক দেখিয়া কটাক্ষ কৰিয়া উৎসুকে ছাহন্ত নাই। ৰাষ মণ্ডলত মোত অনুৰত কৃত্ৰিলোহো সমুদাই। গৰ্ভ ধাৰণ নিমিত্তে ৰাধাক ৰাধা বোলে সৰ্ববন। সেহি গৰ্ভ জানা মহা বিয়ে। হয় কহিলো মঞি কাৰণ। ৩৫ মুল যে প্ৰকৃতি অংশ হৱে যাৰ জানিবাহ। মহাময়। তুৈতেসে প্ৰকৃতি ঈশ্বৰ ৰাধাৰ নাম বোলয়। সমস্তে কাৰ্যত সক্তিৰ কাৰণে সক্তি নাম ৰাধিকাৰ। সবাৰে আধাৰ নিমিত্তে বোলয় সাধাৰ নাম সাৰ।, ৩৩৬ সমস্তৰে দে পক ধৰয় ৰাধা দেবী জানা সাৰ। সৰ্ব্ব ৰূপ নাম এতেকে বোলয় জানিবাহ। ৰাধিকাৰ। সমস্তে মঙ্গল সুখক দিৱয় যিহেতু বাধা নিশ্চয়। এতেকেসে তান সৰ্ক সুমঙ্গল নাম তৈলা মহাশয়। ৩৩৭ বৈকুণ্ঠ লোকত মহালক্ষ্মী নাম মুৰ্তি ভেদে সৰস্বতী। বেদক প্ৰসৱ কৰিবাক পদে বেদমাতা ৰাধাসতি। সাবিত্ৰী যে নাম ৰাধাৰ ভৈলেক সাৱত্ৰী যে নাম আৰ। তৃজগতে ধাতৃ নামক বোলয় জানা নন্দ ৰাধীকাৰ৷ ৩৩৮ পুৰ্ব্ব কালে ৰাধা দুৰ্গক গুচাইল এতেকে দুৰ্গা বোলয়। বাধা ভগৱতি দক্ষ্য কন্যা মতি তান নাম মহাশয়। পৰ্বত দুহিত। পাৰ্ব্বতী অনা ৰাধীকায়ে হুয়া হয়। সমতে আধাৰ কপ ৰাধীকাৰ জানা নন্দ মহাশয়॥ ৩৯