পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ। দোলড়ি। একদিন আসি গোলোকত বাকি ব্ৰাহ্মনৰ কথা পিতৃ শুনা আত পৰ। ব্ৰহ্মাণ্ডৰ অৰ্থচয় জানে ব্ৰহ্ম। ৩২১ অনস্তো নয় ব্ৰহ্মাণ্ডৰ বিৰছন। সনত কুমাৰ ধৰ্ম্ম নৰ নাৰায়ণ। কপিল গনেশ লক্ষি দেবি সৰগতি। চাৰিবেদ বেদমাতা জানয় পাৰ্বতি ৩২২ ৰাধ। দেবি জানে ব্ৰহ্মাণ্ডৰ অৰ্থছয়। মোৰ ভক্ত সবে জানে ব্ৰহ্মাণ্ড যে নয়। মুনিগননা দেৱগনো কিঞ্চিত নয়। অন্য জনে নানয় ব্ৰহ্মও যে নয়। ৩২৩ আত্না বস্তু নিত্য জানিবাহ। মহাশয়। আত্নাৰ সুদৃশে দযষা দিসে নিতা হয়। প্ৰকৃতিৰ মধ্যে বাধা নিত্য জানিবতা। বিশ্বৰ গোলোক যিতো তাহাঙ্কে মানিব।॥ ৩২৪ মোহোৰ গোলোক নিত্য জানা নন্দৰাই বৈকুণ্ঠক নিত্য জানিবাহা সমুদাই। শুন সমাজিক সব কৃষৰ চৰিত্ৰ। শ্ৰৱন মাত্ৰকে কৰে পৰম পবিত্ৰ॥ ৩২৫ সমস্তে অনিত্য জানি ভজা ভগৱন্ত। দেহ গেহ পুত্ৰ ভাৰ্য্যা কেৱলে তসন্ত। মনত বিচাৰি চাহ কেৱলে আসয়। আগতে মৰয় দেখি আছা নৰচয়॥ ৩২৬ হেন জানি কৃষৰ চৰনে দিয়া চিত্ত। বিচাৰি চাহিয়া সাৰ পৰলোক হিত। কৃষৰ চৰন বিনে নাহিকয় সাৰ। ভক্তি কৰি হোৱা নৰ সংসাৰৰ পাৰ॥ ৩২৭ পাতক চাড়োক ডাকি বোল। কৃষ্ণ নাম। সংসাৰ নিস্তাৰ কৰি বোলা ৰাম ৰাম॥ বাস মণ্ডল সা। ৰাসকৃড়া কৰি ৰাধিকা সুন্দৰি মই সমে আছা আৰ। ৩২৮ কৱৰিৰ মালা জাতিস্কাৰ শোভে তাত অতিশয়। মেঘ পংক্তিসমে •বিযুকি। যেন তাহত অতি সোভয়। বিন্দু সিন্দুৰ বিন্দু চুদনৰ কস্তুৰিৰ বিন্দুছয়। কেসৰ কৌসলে তাৰ অৰ্ধেক্ষনে প্ৰকাশিত ' আতিসয়। ৩২৯ গণ্ডযুগে ৰত্মৰ কুণ্ডলে আতিসয় উজ্জ্বলিত আলতা কস্তুৰি সহিতে 1 চন্দনে পত্ৰৰ চিত? শোভন কপোলে জাতিসয় জলে ছিত্ৰৰ অতি বিচিত্ৰ। ঠোঠ মনুষ্যৰ মুক্তা যেন গৰৰ নাদায়ে আতি শোভিত॥ ৩৩০ গতিৰ গণ্ড মস্ত ভাৰ অলঙ্কাৰে প্ৰকাশয়। আভন কৰয় ভুসন মুক্তা পাত্তি দায়। পকা বিম্ব অধৰ ৰাতুল হাস অতি মানুহৰ। কাল পুৰ্ন মোকো নিন্দেমুখ কচি। ৩৩১