পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫৫
ব্ৰহ্মবৈবৰ্ত পুৰাণ।

তৃথাপিত দুষ্ট উপপতিক ভয়।
নুপতিয়া ৰাখিবাক তাইক নপিৰয়॥ ৩০৫
কাষ্য বেসে দুষ্টৰ নৃহিকে কোনে পৃয়।
কোনে বেলা পৃয়কোনে হোৱয় গায়।
নবিন তৃনক লঞ্চে যেন ধেমুগণ।
সেহিমতে বাঞ্চা কৰে স্বাৰ্মীক নবিন॥ ৩০৬
বিদ্যুতিকা জলে ৰেখা (যন ক্ষিতি হয়।
দুষ্টাৰ তেনয় পৃতি সদাএ নয়।
সদায়ে অধ কৰে কপট কৰিষা।
সত্য বচন দুষ্ট। থাকয় কহিয়া॥ ৩০৭
ব্ৰত তপ ধৰ্ম্মে সদা মন নাহিকয়।
গৃহ ধৰ্ম বিষয়ত মন নপৰয।
গুৰুতো দেৱতো তাইৰ মন নাহিকয়।
চঞ্চল স্বভাৱে উপপতিক বাঞ্চয়॥ ৩০৮
তিনি বিধ স্ত্ৰ ৰ কথা কহিলো তোমাত।
ত্ৰিবিধ ভক্তৰ কথা শুনিয়োক তাত।
তৃন শয্যা কৰিলেক মোৰ
(মাৰ ভক্তি সব্বদায়ে কৰিব নিশ্চয়॥৩০৯
মোব নাম গুন কীৰ্ত্তন মন দিয়া।
সংসাৰৰ সুখ যত মনত তেজিয়া।
মোৰ পদে সাধ্যান কয় মন।
ভক্তি ভাৱে মোক পুজা কৰয় সতত॥ ৩১০
ফল বাঞ্চা নকৰয় সংকল্প বতি।
অনিমাদি সৰ্প সিদ্ধি নবাঞ্চে কিতি।
ব্ৰহ্মাৰ সম্পত্তি যিতো তাকে। নবাঞ্চয়।
দেৱ অসুৰৰ সুখ সমস্তে তেজয়। ৩১১
সালোক্যাদি চাৰি বিধ মুক্তিকো তেজয়।
দাস্য ভক্তি বিনে ভক্তে, একো নবাঞ্চ।
নিৰ্বান মুকুতি তাকে। ভক্তে নবাঞ্চয়।
অমৃতৰ পান সুখ তাহাকো তেজয়॥ ৩১২
নিশ্চল। মোহোৰ ভক্তি ভকতে বাঞ্চয়।
মোৰ ভক্তি সুখৰ উপমা নাহিকয়॥

সমস্তে জীৱত ভেদভাৱ নাহিকয়।
নাৰী পুৰুষৰ ভেদ তাকে নানয়॥ ৩১৩
ক্ষুধা তৃষা কাম ক্ৰোধ লোভ মোহ চয়।
নিদ্ৰা দেষ আদি কৰি সমস্ত তেজয়।
মই পৰমত্ন। মোক মানে সমস্তত।
দিগম্বৰে মোক ধ্যান কৰয় সতত॥ ৩১৪
সিদ্ধৰে। ইশ্বৰ সেহি ভক্ত প্ৰবৰ।
উ বন মোহোৰ ভক্ত জানা ব্ৰজেশ্বৰ।
মধ্যমৰ লক্ষন শুনিয়ে মহামতি।
সমস্তে কৰ্ম্মত নকৰয় আষতি | ৩১৫
গৃহশ্ৰমী হুয়া সদা কৰয় ভকতি।
প্ৰাক্তনকে। অপক্ষা কৰয় মহামতি।
সততে ভওি য়া পুৰি কৰ্ম্মকে ছেদয়।
সংকল্প হিত হুয়া যত্ন নয়॥ ৩১৬
দেহৰ নিৰ্বাহ যেন মতে ৰক্ষা হয়।
সহিমতে কৰে আন যত্ন নকৰয়।
যি কিছে। কৰ্ম কৰে কৃষ্ণুত তাপঁয়।
মঞি কৰ্ম্ম কৰ্ত্তা নোহো মনত মানয়॥ ৩১৭
কায়বাক্য মনে সদা মোহোক চিন্তয়।
সমস্তে কৰ্ম্মক কৰি মোহোক তাৰ্পন্ন।
প্ৰাকৃত কৰ্ম্মৰ কথা শুনা মহামতি।
গৃহশ্ৰমী হুয়া কষে, কৰয় ভকতি। ৩১৮
সংকল্প মনে কৰি বিষয় কৰয়।
পুত্ৰভাৰ্য। আদি কৰি সবাকে। পোষয়।
ধনজন বিষয়তো কিছে। আষকতি।
সমস্তকে নেতেজিয়া কয় ভকতি॥ ৩১৯
কৃষ্ণুত কৰয় ভ'ক্ত নভজয় আন।
প্ৰাকৃত ভকত মই কহিলে প্ৰমান।
উত্তমে সহ পুৰুষক উদ্ধায়।
মধ্যমে পুৰুষ শত জান নিস্তায়। ৩২০
প্ৰাকৃত ভকতে চাৰি পুৰুষ আৰয়।
ত্ৰিবিধ ভক্তৰ কথা কহিলে নিশ্চয়।