পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪ ব্ৰহ্মবৈবৰ্ত পুৰাণ ২৯১ আজ্ঞৰে কৰিব কৰ্ম্ম পুত্ৰ শিষ্য হয়। ভৃত্য শসে দুয়ো কৰিবে শংসয়। কৰ্ম্ম কৰিবাক লাগি পুত্ৰ শিষ্য ছয়। পিতৃক গুৰুক নপাঞ্চিবে মহাশয়। সৰ্ববংসেকো কৰিবেক দুঙ্গানো ছনে। নৰ বুদ্ধি নকৰিব পুত্ৰ শিস্য গনে। ২৯০ পিতৃ গুৰু দুইতো যদি নৰ বুদ্ধি হয়। পুত্ৰ শিষে ব্ৰহ্ম ষধ পাতক পাৱয়। পিতৃতো অধিক মাতৃ কৰিব সেন। মাতৃতত কৰিয়া গুৰু কৰিব পুঞ্জন। পিতৃ মাতৃ গুৰু ভাৰ্য। পুত্ৰ শিষ্য ছয। অনাথ গিনি কন্যা পিতৃ পোস্ত হয়। গুৰুৰ ভাৰ্যাক শিষে পুষিবে লাগয। ক্ষেমা কৰিবেক পাইলে সদা দোশ ছয। ২৯২ তিৰি জাতি বাস্তৱত সুদ্ধ বুলি কয়। সমস্ততে কৰি প্ৰতি ব্ৰতা সুদ্ধ হয়। পুৰ্বে ব্ৰহ্মা সব জাতি এক বিধ কবি। এজিলে স্ত্ৰীক পুৰুষক তানুসৰি। প্ৰকৃতিৰ অংশ জানি বালা নাবিগণ। পণ্ডিততে। কৰিয়া পবিত্ৰ তপোধন। বৃন্দাদৈৱি ধৰ্ম্মকযে জেতিয়া সপিল। সেহিকালে ব্ৰহ্মাস্ত্ৰীক তৃবিধ কৰিল॥ ২৯৪ উত্তম মধ্যম অধমযে তিনি জাতি। উত্তমৰ লক্ষণ শুনিয়ে নন্দ আতি। কিচে। ধৰ্ম্ম সমে সতি স্বামি বিসয়ত। সদায়ে কয় ভক্তি তেজি আন মও। ১৯৫ প্ৰান্তিকে। অযস স্বামিৰ নকৰ॥ দেৱ দ্বিজ অথিকে। সদায়ে পুজয়। ব্ৰত উপবাস কৰে স্বামীক পুঞ্জয়। স্বামী বিনে আন কামনতো নবাঞ্চয়। ২৯৬ মধ্যমৰ লক্ষনক সুনা মহাসয়। স্বামি পিতৃ মাতৃ জঙ্গে সদায়ে ৰাখয়। মনে বাঞ্চা কৰে সদা থাকে কৰি ভয় উপপতি পুৰুষক ভজে ন অজয়। আনকে। ন পাইবে লাগ অৱৰ নাই। মনে বাঞ্চ'। কৰে সদা থাকে কৰি ভয়। এহিমতে সেহিস্ত্ৰীৰ সন্তি ভাৱ হয়। অপোন ইচ্চায়ে কিচো স্বামীক জয়॥ ২৯৮ সেহি নাৰি কিৰ্তম মধ্যম মাসয়। অধম লক্ষন পিতৃ শুনিয়ে। নিচ্ছয়। অসন্ত বসত জাত দুষ্টা হাইৰ মাত। অধম্মত সদাৰতি পৰম অসতি॥ ২৯৯ দুৰ্মুখ কমল সদা কৰিয়। থাকয়। স্বামীকে সদাই দুষ্ট। ভৰ্চনা কৰয়। সৰ্বদাত্ৰ উপপ আশ্ৰয কৰয। আপোন পতিক • দুষ্টা দুম্বক দিৱয়॥ ৩০০ বিষতুল্য স্বামীক দেখয় আপোনাৰ। সমস্ত কাষত তাই কৰে তি (স্কাৰ। উপপতি সমে দুস্ত। উপাই কৰিষা.। আপোন স্বামিক বৰে জাৰক ভজিযা। ৩০১ কুলশীল ধৰ্ম্মৱন্ত পৰম মহন্ত। পণ্ডিত ধৰ্ম্মজ্ঞে নিতি জ্ঞানি মহাশয়। হেনয় স্বামী তেজি জাৰক ভজয় কামদেৱ সম দুষ্টা জাৰক দেখয়। ৩০ কটাক্ষ কৰিয়া চাই সদা দুষ্ট। নাৰি। ভাৰক চিন্তিয়া থাকে মহা অহঙ্কাৰি। ৰতিত নিপুন যুবা পুৰুষ সুন্দৰ। কামুকিৰ যোনি ক্লেশ পাৱে নিৰন্তৰ। ৩০৩ আপোন স্বামীক দুষ্ট। আহাৰ নেয়। বিষময় বচনক সদায়ে বোলয়। দুষ্ট। নাৰী সৰ্ব' দাএ অধৰ্ম্ম কয়। উপপতি সমেহষ কৰিয়া থাকয়। ৩০৪ গুৰু সবে যদি তাইক পশিয়া থাকয়। সতেৰু পুৰুযে যদি প্ৰবন্ধে খয় -