পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ ১৮২ ২৭৫ পতিব্ৰতা ধৰ্ম্ম মই কহিলোঁ। তোমাত। গৃহামি ধৰ্ম্ম কহো শুনিয়োক তাত। ২৭৩ দেৱ পিতৃ দ্বিজ গৃহি কৰিব পুজন। চাৰি জাতি কৰিৰে স্বধৰ্ম্ম অচৰন॥ গৃহাশ্ৰমী বিষয়ত সবে আসা কৰে। পুজিবাক লাগে এতেকেসে গৃতি নৰে। ২৭৪ দেৰ পিতৃ দ্বিজ অথিতিৰ আষ। জানি। সনাকে পুজিব গৃহশ্ৰমী মহামানি | অথিতিৰ পুজা যিতো গৃহি নকৰয়। সেহি গৃহাশ্ৰমী সদ: অসুছি হোৱয় || অথিতি কালত জানা সৰ দেৱ ময়। গৃহস্তক আশা কৰি অথিতি অশয়॥ তৃষাতুৰ হুয়। যেনতে ধেনুগন। কাল সমিপ পিতৃ কৰয় গমন। সেহি মতে গৃহাশমি গৃহক অসিয়। জতী ব্ৰহ্মচাৰী আদি কৰি সমস্তয়। মধাহত ক্ষুধাতুৰে অথিতি আসয়। বুদ্ধি কৰি গৃহি শক্তিয়ে অচ্চয়। ২৭৭ গৃহিক আশীষ কৰি অথিতি লয়। সমস্তে পাতেক তাৰ ভস্ম ভুত হয়। অণিতীক পুজা গৃহাশ্ৰমী নকয়। সময়ে পাতেক তাৰ ততক্ষনে হোৱয়। ২৭৮ এল্যোক যোনিত পাপ লভে সিতে জন। হেন জানি অথিতিক কৰিব তোষন। গৃহশ্ৰিমী গৃহ হন্তে আষা ভঙ্গ হুয়া। অথিতি চুলয় যদি কোপক কবিয়া। ২৭৯ অথিতিৰ প্ৰতি গ্ৰহ নভৈল যাৰ। নৈৰাষা ভৈলেক দেৱ পিতৃ গনেতাৰ। স্ত্ৰী-বধ গোবধ পুণ্যক বিকয়। ব্ৰহ্ম বধ গুৰু ভাৰ্য্যা গমন কয়। তুল্য পাপ হয়ে যিতো পুজা নকয়। অথিতিৰ প্ৰত্বত হৰি তুষ্ট হয়! আসা ভঙ্গ হুয়া যদি অথিতি লয়। অথিতিৰ পাপ ছয় গৃহিক দিৱয়॥ ২৮১ গৃহস্থৰ পুন্যছয় অথিতি নিৱয়। এতেকে অথিতি পুজা সমস্তে কৰয়। পোষ্য সকলকো গৃহি পোষন কৰিব। ধৰ্ম্মজ্ঞানি গৃহাশ্ৰমী পাছত ভুঞ্জিব। মাতা যাৰ গৃহে নাই ভাৰ্য্যা বেস্যা হয়। সিত গৃহি অৰণ্যক চুলিবে আগয়। তন্যতো কৰি গৃহ দুস্থ দাতা হয়। সেহি ভাৰ্য্যা সমে সিতো দুষ্মক ভুঞ্জয়। ২৮৩ দুষ্ট। ভাৰ্য্য। সদ। স্বামী দ্বেষক লয়। সৰ্বদায়ে বিষতুল্য স্বামীক দেখয়। স্বামীক দেখিয়া দুষ্ট ভুঞ্জিতে নেয়। সদা তিৰস্কাৰ কৰি স্বামীক থাকয়। ২৮৪ মুনি তুল্য স্বামী পুজ্য পৰম পণ্ডিত। তৃনৰ সদৃশ কৰি নমানে কিঞ্চিত। ধিকাৰ কৰিয়া দুষ্ট। সদায়ে থাকয়। দুবাক্য অগিয়ে দহি যেন মৰা হয়। ২৮৫ দুষ্ট বংশে জাত দুষ্ট। যিজনে ভয়। জিবন পৰ্য্যন্ত স্বামী দুষ্মক ভুঞ্জয়। গৃহিনীৰ সদাচাৰ শুনা নদৰাই। গৃহিনি কৰিব পতি ভক্তি সৰ্বদাই। প্ৰাতসহ উঠি স্বামি দেৱক নমিব। গৃহিনীয়ে অঙ্গিনাত মণ্ডল কৰিব। গৃহকৃত্য, কৰি পাচে স্নান কৰিব। স্নান কৰি দেৱ বিপ্ৰ স্বামীক নমিব। ২৮৭ গৃহ দেৱ তাক পুজি ভুঙ্কাইব স্বামিক। গৃহিনীয়ে পুজা কৰিবেক অথিতিক। স্বামী পাদোদক লৈয়া কৰিব সেৱন। সবকে ভুঞ্জায়া পাচে কৰিব ভোজন। ২৮৮ পুত্ৰ গনে পিতৃক পুজিব মহাশয়। সিশ্য গনে পুজিবেক গুৰুক নিশ্চব। ২৬ ২৮০