পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82 ব্ৰহ্মবৈবৰ্ত পুৰাণ। ক্ষুধাতুৰ ভৈলে সতি স্বামিক ভুঞাইব। পতিব্ৰতা পতি পুত্ৰ দুইৰো ভয় নাই। তৃষাতুৰ ভৈলে পতি পানক কৰাইব ২৫৭ দেৱগন মুনিগন সবেয়ে। ডৰাই। ২৬৫ নিদ্ৰা স্বামীক সতি নাৰি নজগাইব। যিতো জনে শত জন্ম পুন্যক কয়। কৰ্ম কৰিবাক সতি নাৰি নপাঞ্চি। তাৰ গৃহে পতিব্ৰতা কন্যা ওপজয়। শত পুত্ৰ নমস্নেহ স্বামিত কৰিব। পতিব্ৰতা কন্যা মাতৃ পিতৃযা হয়। স্বামী যিব কোলে শ্ৰদ্ধা ভাৱে চৰিব। ২৫৮ জীৱন্তে মুকুত হুয়া বৈকুণ্ঠে ছালয়। ২৬৬ পতি বন্ধু পতি ভৰ্তা পতি কুল দেৱ। সতি নাৰি প্ৰাসত সয্যাৰ উঠিয়া। পহি বিনে সতিৰ নাহিক হান কেৱ ৰাত্ৰিবাস তেজি অশ্য বস্ত্ৰক পিন্ধিয়া। অমৃত সমান সতি শুভ দৃষ্টি কৰি। স্বামীৰ চৰন নমস্কাৰক কৰিয়া। স্বামীক দেখিব সতি পৰম সদৰি। ২৫৯ পতিতা তুতি কৰিলেক হৰ্ষ ফৈয়া!! ২৬৭ অল্প হাস্য কৰি সতি চাহিব বদন। তাত পাছে গৃহ কাৰ্য সকল কৰিব। নিতে নিতে বন্দিবেক স্বামীৰ চৰন। স্নান কৰি ধৌত বস্ত্ৰ দুতয় পিন্ধিব। পুৰুষ সহ সতি উদ্ধাৰ কৰয়। শুক্ল পুষ্প লৈয়া সতি স্বামীক পুজিব। সমস্ত পাতক হস্তে স্বামিক তৰিয়। ২৬০ সুনিৰ্ম্মল জলে পাচে স্নানক কৰাই। ২৬৮ সতিৰ ৰতৰ তেজে নাহি কৰ্ম ভোগ। ধৌত বস্ত্ৰদ্বয় পতিব্ৰতা আনি দিব। সতি সমে বঞ্চে স্বামা মুছে সম্ভোগ। স্বামীৰ চৰন সাত আপুনি ধুৰাই। স্বামী সমে সতি নাৰি বৈকুণ্ঠে ছলয়। আসন পাৰিয়া স্বামিক সাইব। সহ পুৰুষ সতি উদ্ধাৰ কয়॥ ২৬১ স্বামীৰ কৃপালে সতি ছন্দন পিন্ধাইব ১৬৯ পৃথিবিত যত তীৰ্থ নিবাস কৰয়। গাৰত লেপন দিয়া মাল্যৰ পিন্ধাইব। সতিৰ পদত তাপ সমস্তে থাকয়। অমৃত সমান ভোগ দ্ৰব্যক ভুঞ্জাইব সমস্তে দেৱৰ তেজ সমস্তে মুনিৰ। ভক্তি ভৰে পুজা কৰি প্ৰনাম কৰিব। সমস্তে ব্ৰতিৰ ফল আৰু তপস্বীৰ। ২৬১ সামবেদ মন্ত্ৰে সতি পুজা আচকিব। ১৭ সমস্ত দানৰ ফল দানত যি হয়। স্বামীৰ চৰনে সতি অৰ্থ নিবেদিব। সতিৰ দেহত পুণ্য সমস্থ থাকয়। ধুপ দীপ নৈবেদ্য বস্ত্ৰক সমৰ্পি। ব্ৰহ্মাহৰ আদি কৰি দেৱ নিৰন্তৰ। সুবাসীত জল দিয়া তামুলক দিব। সুৰাসুৰ আদি কৰি মুনি সিদ্ধনৰ ২৬৩ তোক পঢ়িয়। সতি স্তুতিক কৰিব॥৭১ পতিতা সান্তিক সকলে কৰে ভয়। পতিত্ৰত তেজ পদ বাহল্যক দৰে। সতি পদধুলি ভুমি পবিত্ৰ কয়। \নিলিখিলোঁ। পদ ক্ষমা কৰা:নাৰী নৰে পতিব্ৰতা স্ত্ৰীক যিতো নমস্কাৰ কৰে। পতিতা স্ত্ৰীক যিতে। স্কুতিক কয়। তাহাৰ পাতক ছয় সমুলঞ্চে হবে। ২৬৪ তীৰ্থস্থান ফল জানিবাহ। তাৰ হয়। একক্ষনে পতিব্ৰতা তিনি লোক ৰ। তুতি নতি কৰি সতি স্বামীক তুবি। ভস্ম কৰিব পাৰে তেজে আপোনাৰ। স্বামীৰ অজ্ঞায়ে সতি পাচত ভুঞ্জিব।