পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ। es একবাৰ দিনানন্তত হবিষ ভুঞ্জিব। দিব্য বস্ত্ৰ গন্ধ দ্ৰব্য তৈলক তেজিব। ২৫১ নিস্কামিনী সদা হৈব তেজিব ছন্দন। মাল্য সাংখ্য সিন্দুৰকো তেজিব ভুষণ। মল বস্তু তেজি শুক্ল বসন পিন্ধিব। সদায় নাৰায়ণ নোহোক স্মৰিব৷ ২৫২ বিষুৰ সেৱন পুজা নিতন্তে কৰিব অনন্য ভক্তিক মোত সদ। আচৰিব। সবদায়ে মোৰ নাম মুখত লৈবেক। পুত্ৰ তুল্য পুৰুষক সদা দেখিবেক॥ ২৫৩ মিষ্ট অন্ন মুভুঞ্জিব বিভৱ তেজিব। একাদশী দিনে অন্ন দ্ৰব্য মুভুঞ্জি ব জন্মাষ্টমি শিৱৰাতি ৰাম নয়মিত। চন্দ্ৰ সূৰ্য্য গ্ৰহনত আঘোৰু তিণিত। ২৫৪ অম আদি বস্তু দ্ৰব্য সমস্তে তেজিব। তাৰ পৰদিনে পিঃ বিধবা ভুঞ্জিব। বিধবা সংসী যতি ব্ৰহ্মচাৰি যিতো। তামূলক ভুঞ্জি ব জানিবা সিতে॥ ২৫৫ যদি ভুঞ্জে তামূলক এহি চাৰি জন। গোৰ মাংস সুৰা তুল্য বেদৰ বছন। নসুৰ জৰ্ষিৰ পৰ্ম ৰক্ত সাক ছয়। অলাবু বলা কাৰ বৰ্জনি হয়। ২২৬ পতিহিন নাৰী জদি ঘাটত শোৱয়। তাইৰ স্বামি স্বৰ্গ হন্তে নৰকে পৰয়। পতুিহিন নাৰ সবে আৰোহন হয়। পৰ ত্ৰত সিতে। নাৰী নৰকে পৰয়। ২৪৭ পৰ পুৰুষৰ মুথ যাত্ৰা নৃত্য গন! সুবেশ পুৰুষ হyভ গাৱন শোভন। 'তৈল ভৃঙ্গ নকৰিব নচাই দৰ্পন। মহৈাৎসব চাহিব নাসৰ কাৰণ॥ ২৪৮ সন্তৰ স্বধৰ্ম পিতৃ শুনা আত পৰ। সাম বেদে নিৰুপিয়া আছে কছিকৰ। অধ্যায়ন অধ্যাপন বিপ্ৰ পালন। গুৰুক সেৱন নিতে দ্বিজ দেৱাৰ্চন। ২৪৯ সিদ্ধান্ত শাস্ত্ৰত হৈ পৰম নিপুন। আত্মাৰ তেসিন ভক্তি কৰিব সেন। সুদ্ধ শাস্ত্ৰ ব্ৰহ্মা পুন্য আক্ষান নিব। বেৱস্থা কৰিব বেদ অৰ্থ বিচাৰিব। ২৫০ সাস্ত্ৰ অৰ্থ আছৰাইব আপুনি কৰিব। বেদাহিক বেদাচাৰ সন্তে নেতেজিব। বেদউক্ত যিতো দ্ৰব্য তাহাঙ্ক 'ভুঞ্জিব। বেদন নিষিদ্ধ সন্তে তাহাক তেজিব। ২৫১ কুলধৰ্ম্ম সদাচাৰ পবিত্ৰ চৰন। জাতিধৰ্ম্ম ভক্তি কৰ্ম্ম কৰিব সেবন। পতিব্ৰত। স্ত্ৰীৰ কৰ্ম্ম কহে মহাশয়। স্বামী সে। যেন মতে কৰিব নিশ্চয়॥২৫২ স্বামীৰ উছিস্ত নিতে কৰিব সেৱন। বাঞ্চা কৰি পাদোদক কৰিব ভক্ষন। স্বামীৰ চৰনে সতী ভক্তিক কৰিব। স্বামীত অনুজ্ঞা লৈয়া সদায়ে ভুঞ্জিব॥ ২৫৩ ব্ৰত তপ দে পুজা পৰিত্যাগ কৰি। স্বামীৰ চৰন সেৱা কৰিব সদৰি॥ স্বামীক সন্তোষ কৰিবেক নিতে তুতি। স্বামী অজ্ঞা বিনে কৰ্ম্ম নকৰিব সতি || ২৫৪ ঈশ্বৰত কৰি শ্ৰেষ্ঠ স্বামীক মানিব। পৰ পুৰুষৰ মুখ সতি নচাহিব। সুৰেশ পুৰুষ যাত্ৰা পৰৰ মৈঠন। মহোৎসৱ নৃত্য মতি নৰ্ত্তক গায়ন। ২৫৫ পৰ কৃড়া হাস্য ৰতি সতি নচাহিব। স্বামীৰ যি ভক্ষ্য হবে তাহাঙ্ক ভুঞ্জিব। স্বামীৰ সঙ্গক সতি নাৰি একক্ষন। এৰি নাইবেক সতি আনৰ ভবন | ২৫৬ স্বামীৰ উত্তৰে সতি উত্তৰ নেদিব। তাৰন কৰিলে সতি কোপ নকৰিব॥