পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. ব্ৰহ্মবৈবৰ্ত পুৰাণ যদি দেশে ধৰ্ম্ম ছয হোৱষ বিঘাত। ৰাজাৰ আউস হানি জানিবা সাক্ষাত। ২৩৫ জদি দেশে ছয় প্ৰজাৰ বাটয়। ৰাজাৰ আউস বৃদ্ধি সেহি দেশে হয়। উচিতে লৈবেক কৰ দণ্ড ৰাজা ছয়। দেশৰ অৰ্ম ধৰ্ম্ম বুঝিব নিশ্চয় ২০৬ স্বদত্ত বাপৰ দত্ত বৃতি ব্ৰাহ্মন। নগুচাইব ৰাজা সবে শুনা ব্ৰজেৰ। বৈশৰ ধৰ্ম্ম পিতৃ শুনা আত পৰ। বানিজ্য সুদক্ষ কৃষি সেৱন বিপ্ৰৰ। ২৩৭ গোৰক্ষন দেবাচ্চন ব্ৰত আচৰিব। তপদানে নানা ধৰ্ম্ম বৈশ্যেয়ো কৰিব। সূত্ৰৰ স্বধৰ্ম্ম বিপ্ৰ কৰিবা সেৱন। ব্ৰাহ্মনৰ নিতে পদ কৰি প্ৰক্ষালন। ২৩৮ যিতো সুদে ব্ৰাহ্মনক দোষ চৰয। ব্ৰাহ্মনৰ ধেনু সুদ্ৰ গ্ৰহন কৰয়। যিতো সুদ্ৰে ব্ৰাহ্মনক অৱজ্ঞা কয়। চাণ্ডাল যোনিত জানা তাৰ জন্ম হয়। ২৩৯ বিপ্ৰৰ নক কৰে যদি সূত্ৰ যে কোটিৰ সহশ্ৰ সিতো গৃধত জন্ম য। গতজন্ম সুৰত শত কুকুৰত। তাত পাছে সেহি মুটু পৰে নৰকত। ২০০ যিতো সুত্ৰে ব্ৰাহ্মনীক কৰ্য গমন। মাতৃগামী পাপতাৰ হোৱয তেখন। পৰেসিতে। পাপী কুম্ভি পাক নকত। পছি থাকে সিতো ব্ৰহ্মাৰ যে বশত। ২৪১ কুম্ভি পাকে তপ্ত তৈলে তা ভাজয়। কাৰ্ণিশে মহাসৰ্পে দংশয় তাহাক। জম তাৰনত শব্দ ক বিকৃত। পৰে সাত জন্ম ধৰে ছাল যোনিত॥ ২৪২ সাত জন্ম ধৰে সিতো সৰ্পৰ গৰ্ভত। তাত পাচে জন্ম সাত জলৰ দস্তুত কোটীৰ সহস্ৰ জন্ম বিষ্ঠ। কিট হয় তত পাছে বেশ্যাৰ যোনিত উপায়। ২৪৩ সাত জন্ম কিট হয়। তাই অনন্ত। গোৰ ব্ৰন কৃমি সাত জন্ম পাতকীৰ। সমস্তে যোনিত জন্ম ধৰ নিৰন্তৰ। মনুষ্য যোনিত জন্ম নাহি সিজন'। ১৪৪ যতি সন্যাসিৰ ধৰ্ম্ম কতো মহাশয়। দগুৰ গ্ৰহন মাত্ৰে নাৰায়ণ হয়। পূৰ্বল কৰ্ম্ম দাহ কৰে পৰতো দহয়। যাহোক চিন্তিয়া অমে বৈকুণ্ঠে ছল॥ ২৪৫ সন্যাসীৰ পদ পাশ ভুমি সূদ্ধ হয়। বৈষয়ে যেতেন তীৰ্থ পবিত্ৰ কয়। সায়ীক পশ, মানে মিশাপ হোবয়। ভোজন কৰাইলে অশ্বমেধ ফল হয়। ২৪৬ নমস্কাৰ কৰি ৰাজসুই ফল হয়। য'তী ব্ৰহ্মচাৰী দুইৰো জানা সেটি নয়। সায়াহ্ন সময় গৃহশ্ৰমী গৃহে জাই নিবিছাৰি অন্নক ভূঙ্গি। সদাই॥ * ৪৭ ভাল বেয়া তান্ন ভুঞ্জি'কে নিবিছাৰি। ধনকে গ্ৰহন নকৰিব ব্ৰহ্মচাৰি। কোপকে। বজ্জিব সদা লাঞ্চ। নকৰিব। শিতে উযু, সম লোভ মোহ তেজিব॥ ২৪৮ এক বাসা এক ৰাত্ৰ নিৰাশ কৰিব। প্ৰহেনত উঠি অন্য স্থানে ৫দি জাইব। যতী ব্ৰহ্মচাৰী দণ্ডী সন্যাসী যিজন। নকৰিব সমস্ত ধনক গ্ৰহন। ২৪৯ যান আৰোহন আৰু নৰ গ্ৰহন। স্বধৰ্মে পতিত হয়ে এহি ছাৰিজন। বানিজ কৃবৃওি কৃষি সন্যাসী কয়। স্বধৰ্ম্ম পতিত সিতো উপহাস্য ফয়। ২৫০ পতিহিন ব্ৰাহ্মনীৰ কহে ধৰ্ম্ম হয়। সুনানন্দ পিতৃ ৰাজ তুমি মহাশয়।