ব্ৰহ্মবৈবৰ্ত পুৰাণ ৪৯ - প্ৰনৱক উচ্চাৰণ হোমৰু কৰণ। শালগ্ৰাম দ্বিজগনে কৰিব চ্চন |২১৯ মমাতোৰ সমন্ধি পিতৃ পঞ্চৰ দান। ব্ৰাহ্মনত পৰে অধিকাৰ নোহে আন। বিসাক নিৰামিষ দিলে আচৰিব। । মিষক পৰিত্যাগ সদায়ে কবি। ২২০ নিতে পাক কৰিবেক নবিন ভণ্ডত নহে পক্ষ তৈলে তেজিক ভাণ্ডজ। সংস্কৃত স্থানত পৈয়া তান্ন পাঞ্জন। ভক্তি ভাবে সিতো অন্ন দিনে তামাক। ২১ মোহোক নেদিয়া জিয়া ভোজন কৰয়। সুৰাপন সম তাৰ গম্ন হল হয়। গ্ৰহন কালত মৃত জাত অসৌচত। অসৌছিয়া পৃষ্ট পাক ভাণ্ডক সতত॥ ২২২ সেহি ভাণ্ড তেজিবেক নৰ নাৰী চয়। ত্যাগ নকৰিলে তাৰ প্ৰায়তি হয়। পাদ প্ৰক্ষালন স্নান সংস্কাৰ কৰিয়া। ভুঞ্জিবেক ভক্ষ্য দ্ৰব্য অন্নক বসিয়া॥ ২২৩ মুল্য যিতে। জনে কন্যাক বিকয়। মহ ৰেীৰৱক সিতো ভুঞ্জি’বে লাগায়। কন্য। লোম মানে বষ তাহাৰ নিশ্চয়। পিতৃগণ সমে কুন্তি ননকে পচয়। ২২৪ পুৰুহিত সমে কুম্ভিপাক নৰকত। 'পুত্ৰ সমে পছি থাকিবে বষ শত। কাৰ সমন্ধি দ্ৰব্য নকৰি গ্ৰহন। শুপুত্ৰক প্ৰতি কন্যা দিব বিচক্ষন # ২২৫ বেদ পুৰানত কহি আছে নিৰন্তৰ। বিপ্ৰ বৈৱৰ ধৰ্ম কৈলে ব্ৰজেশ্বৰ। স্ফুেৰিয়ৰ নৃপতিৰ স্বধৰ্ম মন্তি। সূনানন্দ ৰা মন হেন কৰি থিৰ। ২২৬ ব্ৰাহ্মনক পুজিবেক সতকাৰ কৰি। ইশ্বৰক পাযেন কৰিব পাৰি। ৰাজ্যৰ পালন কৰিবেক নিৰন্তৰ। ৰনত নিভয় হুয়া কৰিব সমৰ। ২২৭ নিতে নিতে ব্ৰাহ্মনক কৰিবেক দান। শৰনাতক পাইলে কৰিবে যান পুত্ৰ তুল্য পাক দেখিবে নৰপতি। পুত্ৰ প্ৰজ। দুইতো কৰিলেক একমতি। ২২৮ দুতিক পতিপাল কৰিব নিশ্চয়। অস্ত্ৰ সস্ত্ৰ নিপুন হৈকে নৃপ ছয়। সত্যব্ৰত দান ধৰ্ম্ম স আছৰিব। পণ্ডিত, শাস্ত্ৰজ্ঞ দ্বিজ দান কৰিব॥ ২২৯ স। প্ৰতিপাল কৰিলেক নৰপতি। দশ পায় ব্ৰাহ্মন কৰিব ভকতি। সভাৰ মধ্যত কৰিবেক নিয়োজন। পণ্ডিত শাস্ত্ৰজ্ঞ শিষ্ট চতুৰ ব্ৰাহ্মন॥ ২৩০ হস্তি অস ৰণক পদাতি চতুষ্টয় সেনাক বোলয় আক পালিব নিশ্চয় যষশ্বি প্ৰতাপ সৌৰ্য হৈব নৃপছয়। ৰনে নিমন্ত্ৰন ভৈলে নকৰিব ভয়। ২৩১ দান বিসয়ত ৰাঙ্গা বিমুখ নহৈব। যদি পৰে তাত প্ৰানক তেজিব। যসস্যলভয় নিতো তপকো কৰিব। উত্তম স্বৰ্গত সিততা আনন্দে বঞ্চিব। ২৩২ পুত্ৰৱতে স্নেহ কৰিবেক সমস্তত। দুষ্টকো কৰিব দণ্ড লৈয়। শাস্ত্ৰমত। আৰাম ৰাগ পুৰনি কচিকৰ। সাখো আলি দৌল গৃহ তাতি মনোহৰ। ২৩৩ দেৱৰ প্ৰতিমা কৰি প্ৰতিষ্ঠা কৰিব। আনে। নানা ধৰ্ম পথ নৃপে আছৰিব। ৰাজাৰ স্বভাৰে প্ৰবৰ্তি মন্ত্ৰিগণ। ৰাজাক বুঝাইয়া থাকিবেক অনুক্ষন। ২৩৪ প্ৰজাকো সিখাইবে ধৰ্ম্মৰাজা আজ্ঞা কৰি। প্ৰজায়ো কৰিৰ ধৰ্ম ৰাজাক অমৰি লৈয়া বনে
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৫৭
অৱয়ব