পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82 ব্ৰহ্ম বৈবৰ্ত পুৰাণ। শৰনাগত ভোলে ৰাখিবে লাগয়। নৰাখিলে নৰকত থাকিবে নিশ্চয়॥ ১:২ চৈধ্য ই ছৈধ্য মনু কাল যিতো হয়। বৌৰৱ নৰক তাৰ থাকিবে লাগয়। পাপী সমস্ত এহি বচন নেহয়। পাপী গুন আসি যদি শৰন ভয়। তাৰ পাপে পাপী হৱে ৰাখস্ত নিশ্চয়। হেন জানি পাপী * ৰাখিবে নগয়! তাৰ সমে আশ্ৰমৰ বাহিৰ কৰিয়া। মাতৃগামী পাপিষ্ঠক তুমি তানি দিয়া। ১১৪ সুক্ৰ নিগতি শুনা জগত ঈশ্বৰ। দেৱ অসুৰৰ শস্তা তুমি দণ্ডধৰ। জগৰে শাস্ত। তুমি দেব দিগম্বৰ। দেৱৰ সহায় হুয়া আসিছ। ইশ্বৰ | :: ৫ সমস্তে জগত তুমি কৰাহ সংহাৰ। দৈত্যৰ হননে কিবা পৌষ তোমাৰ। ক্ষমা কৰা ভগৱন্ত দেৱ কৃপাময়। ব্ৰাহ্মনক হিংসা তযু উচিত নেহষ। ১১৬ শনাগতক অৰ্ত দীন দুখিতক। যদি পাপী হয়ে তাকে। ৰক্ষা কৰিলে। তাৰ সমে চন্দ্ৰক তোমাৰ চৰনত। আনিয়া দিবোহো মঞি ৰাখিব। সতত। ১১৭ তোমাৰ চৰনে মঞি পশিলে। শৰণ। যাথোচিত্তে সমস্থক ৰখা ত্ৰিলোচন। শুক্ৰ বচন শুনি তুষ্ট শুলপানি। চন্দ্ৰক আনিয়া সুক্ৰ বুলিলন্ত বানী॥ ১১৮ চন্দ্ৰক আনিলে শুভ হৈকে (তামাৰ। চন্দ্ৰৰ কৈলান হৈব কহিলোঁহো সাৰ। শিৱৰ বচন শুনি = মহা ঋষি। তাৰায়ে সহিতে চন্দ্ৰ আনিল হৰিষি॥ ১১৯ শিৱৰ ৰণে সুক্তে কৰিলা অপন। আলিলি ধৰিয়া শিৰে বুলিল। বচন। চনৰ ধুলা দিয়া নিস্পাপ কৰিলা।- চন্দ্ৰৰ মস্তকে শুপানি হস্ত দিল। ১২০ নিউয়ক দিয়। পাচে খীৰ সাগৰত। স্নান কৰাই প্ৰায়শ্চিত ৰাইল যিমত। ব্ৰহ্ময়ে সহিত কৰে সম্পাপ বৰাইলা। সুচি হুয়া চন্দ্ৰে ব্ৰ। শিৱক নমিলা ১২১ মহাযোগ কৰি পাচে শৰীৰ চন্দ্ৰৰ। দুইখণ্ড কপি দেৰ দিগম্বৰ। তাৰ এক খণ্ড হৰে ললাতে সৰিলা। চন্দ্ৰ যে শেখৰ নাম (সাহ দিন ভৈলা | ১১১ আৰু খণ্ড ব্ৰহ্মাৰ আগত আছিলেক। সেহি ও ব্ৰহ্মা নিয়া হক দিকে। দেৱ সভ। মাজে পাইলা কাঞ্চ ডাঙৰ। লজ্জ: হুয়া চন্দ্ৰে জিলে কলে। ১২ দ্ৰৰ শৰীৰ ব্ৰহ্ম। ধীৰ সাগৰত। সমপি আহুম। পাচে কালি। শীৰ সাগৰৰ তীৰে অনেক কান্দিল। চক্ষুৰ পলাতক মল জলত পৰিল। ১১৪ খীৰ সাগৰৰ জল হতে উপজিল। .দৱৰ সভা পাচে চন্দ্ৰমা পসিলা। শৰীৰ নিস্পাপ লৈ সিবেল। চন্দ্ৰ। অভিষেক কৰিলা চন্দ্ৰক ব্ৰহ্ম। হৰ ভয় দুৰ কৰি কৰে বুলি বানী। নিভয় থাকিয়ে বাপ চন্দ্ৰ মহামান। স্বস্থানে চলিয়া তুমি বিষয় কৰিবা। পাচে শশধৰ শাপে অক্ষম। ৰোগী হৈবা ১২৬ পতিতা শাপ কোনে কৰিবেক ব্যৰ্থ। মোৰ শীৰাণ তবু ৰোগ হৈবে সুস্থ। প্ৰতীকাৰ হৈৰ ইত। জন্ম যে ৰো। পাপ কৰ্মে ভুঞ্জিৰাহ। তুমি শশধৰ। ১৭ ষাতো ভাদ্ৰ চতুৰ্থীত তাৰাক হৰিলা। এতেকেসে বাপ তুমি পাপ গ্ৰস্ত ভৈলা।