পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ। ৪৩ সুভাশুভ কৰ্ম্ম বাপ যাৰ যিব হয়। অৱশ্যে ভুঞ্জিৰে লাগে কৰ্ম্ম ফল চয়। ১২৮ ভোগ বিনে কৰ্ম্ম ফল জানা নোছে ক্ষয়। দেহ ত্যাগেয়াে কৰ্ম্ম ভােগ মুগুচয় । প্রায়শ্চিত্ত চৰিলে সমন্তে গুচয়। কৃষক চিন্তিয়া অভ্যাৰ সুচি হয়। ১২৯ তাৰাৰ হৰণ পাপে কলঙ্ক নিশ্চয়। চন্দ্ৰৰ মণ্ডলে মৃগাকৃতি চিম হয়। প্রহ্মায়ে বেস্ত শুনিয়ােক তাৰ সতী। মােহোৰ সমিপে ভূমি অসিও সম্প্রতি ॥১৩০ শুনিয়ােক তৰাসতী মে'ৰ বাক্যচয় । সত্য কৰি কহ ইটো কাৰ গভ হয় । যিতাে সাধু নাৰী কামে ইচ্ছ। নাহিকয়। বল কৰি দুষ্ট জনে সতীক হয়। সেহি সতী নাৰী জানা দুষিত নহয় । ইচ্চায়ে শৃঙ্গাৰ ভৈলে দুষিত হোৱয়। কাম কৰি যিতে। নাৰী শৃঙ্গাৰ কয়। চন্দ্র দিবাকৰ কাল নৰকে ভুঞ্জয় ॥ ১৩২ পৰবীর্যে গর্ভ যদি হুয়াছে তােমাৰ । তাক ঠেঞ্জি সুদ্ধ কৰা চিত্ত আপােনাৰ। ব্ৰহ্মাৰ বচন শুনি পাচে তাৰা সতী। ৰহস্য কৰিয়া কৈলা ব্ৰহ্মাত সম্প্রতি। ১৩৩ চন্দ্ৰৰেসে গভ’ ইতে। নাহিকে সংশয়। হাসিলন্ত শিৱ সমে দেৱ মুনি চয়। স্টাগুক জিল ব্রহ্মা প্রজাপতি। সভামধ্যে মহালাজ পাইল। বৃহস্পতি। ১৩৪ তাৰা সতী সেহি কালে প্ৰসৱ কৰিলা। সুবৰ্ণৰ বৰ্ণ যেন পুত্র এক ভৈলা । সেভিনয়ক ব্ৰহ্ম। চন্দ্ৰক দিল। বুধ নামে ব্ৰহ্মদেৱে তাহান থৈলপ্ত। ১৩৫ পচে চন্দ্ৰে ব্ৰহ্মাহৰে দুহাঙ্কো নমিল।। পুত্র সমে মন ৰঙ্গে গৃহক চলিল। তা সমে বৃহস্পতি মন্দিৰে লভিলা। সকি স্বকি স্থানে দেৱ মুনিগন গৈল ১৩৬ ব্ৰহ্মাকে ব্ৰহ্ম হৰ কৈল্যাশে পশিলা। দৈত্য সমে শুক্র ঋষি গৃহক চলল। বেকত কৰিলে। এতে মহাগুপ্ত। আক্ষানে এৱনে পাপ হয় লোকভ । ১৩৭ পাপ শূন্য নিক্ষণ নৰ আনা হয়। যশস্য। আয়ুষ সৰ্ব্ব সম্পত্তি লাভয়। শোক নষ্ট কৰে সিতে। হর্ষক ভয়। সমস্ত মল মােক্ষ জানা তৰা হয়। ১৮ শােক তেজি হর্ষক কৰিয়ো নাই । ব্ৰজ চলিয়ে বাপ মােহোৰ আজ্ঞাই । যসোদা মাতৃত কৈব। ইতো কথায়। সমস্ত কহিব কথা গােপীত নিশ্চয় ॥ ১৩৯ মােৰ শোকে বিয়াকুল গোপৰ যুবতা । মই দত্ত জ্ঞানে হষ কৰা মহামতি । শুনা সভা সদ পদ মা পুৰাণৰ । শ্ৰীকৃষ, খণ্ডৰ পদ আতি মনােৰ। ১৪০ যাহাৰ স্মৰণে মুগ্ধ হয়ে মন বৰ। পৰম বৈষ্ণুৱ জ্ঞান পাবে সিতো নৰ। গােলােকে চলয় সিতে কৃষক সুমৰি। নিৰন্তৰে নৰে ডাকি বােল হৰি হৰি। ১৪১ স্বপ্নৰ ফলাফল। নন্দ নিগদতি কৃষ্ণু ভাগ্যে পাইলো লাগ। দুস্বপ্নক কা বাপু তুমি মহাভাগ। ভগৱন্ত বদতি শুনিয়ো, নন্দ নাই। দুম্বপ্নক কহে পিতৃ শুনা সমুদাই ॥ ১৪২ যিতো জনে হষ কবিয়া হয়। ধনহানি শৰীৰতো পীড়া তাৰ হয় ।