পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবন্ত পুৰাণ। ৪৮ ৪৯ ক্ষেত্রিয় অস্ত্রে তযু হৈবেক মৰণ। পৰাভৱ কৰিৰে তোমাক ক্ষেত্ৰগন। সূৰ্যৰ বচন শুনি পাচে দ্বিজবৰ। মহাকোপ বুলি শুন। দিবাক। শিৱে তাক জিনিবেক হৈৰি পৰাজয়। হেন শাপ যেৰে ঋষি দিলা মহাশয়। দুইহানে কল পাচে জানি প্রজাপতি। কাশ্যপ সহিতে আসি মহাম ত ৷৷ দুইঙ্কে। বু'শল। ব্ৰক্ষা কৰিয়া সাৰ। শুনিয়ােক দিল'কৰ শুনা দ্বিজবৰ। ক্ষমা কৰা সূর্ণ তুমি দের নাৰায়ণ। তোমাৰ যে প্রতিপাল্য অধ্য ব্রাহ্মণ । ৫০ ত্যু পিতৃ ভৃগু মেত কহিয়া ছয় এতেকসে শাপ কৰা মহাশয় । ১াৰিচি কাশপে মোক বৃ«িয়া হয় । এ’তকে দুহানো শাপ কৰিলো নিম্ন য় ।

  • ন্ত কোৱা দৰা বৰ তুমি দেৱবৰ।

সমস্তে কৰ্ম্মৰ সখা তুমি শ্রেষ্ঠত্তৰ। মন অতিৰিক্ত ধর্ষ কোনো দিবস। কোনো ঋতুকালে কোনাে কোনো সময়ত ৫২ মেঘেৰ আবৃত ৰাহু গ্রন কৰিব। তাতে কোনো গ্রসিপেক কোনো নগ্র ব । গ্রহনক চাহিক কোনো নপইলেক। কোনো পুন্যবন্ত জনে চাহিবে পাইবেক। ৫৩ অন্তকালে পুন্য দৃশ্য হুইব দিবাক। দেখি ন ম তোমাক নিষ্পা। হৈল নৰ।। সব গ্রাস গ্রহণক নৰে নচাহিব । জন্ম তাৰ বধতাৰ হাতে। তেজৰ । ৫৪ জন্ম ৰাশি সপ্ত অষ্টাদশ নামে। যদি সূর্য স্থিতি ছোৱে অপৰ দৰ্শণে। চতুর্থ ৰাশিতে। চন্দ্র সুৰ্য নচাহিব। অন্যত্র বাশিত চন্দ্র সুক দেখিব । অস্ত কালে মেঘবৃতে মাছু কালত। জলতে। নচাইব সূৰ্য্য জানিব সত। তার্জেঃদয় কালে সূৰ্য্য পাপ দৃশ্য হয়। এহিকালে নচা নৰ নাৰী চয়। ভাৰ্যাৰ নিমিত্তে স্যাল স্বস্তাব তোমাক। তেজ হানি বৰিবেৰুকৈলে সত্য বাক। তেঙ্গ খানি যদি এহিনে নইবে। ওযু ভা। সংজ্ঞ। দেশী কিমতে সজিব। ৫৭ মমি সুমা fলর যুদ্ধে শিব মহাশয়। তোমাক নি। তুমি হৈৰে পৰাজয়। এ বুলি ব্রহ্মা দেৱে সৃষক শ'য়। যমদঃ ঋযিকা বৃদিল। মাশয়। হুই দ্বিজবৰ তুমি চালিয়ে গক। সুখে গৃহে পাক তুমি চিন্তা ঈশ্বৰব । যু পেকে ভস্মভুত কৰিবে সক। কোন বস্তু সূৰ্য্য বাপ ইতো ত্রিজগত। ৫৯ সৃশ্য ?তিপাল্য হৈব। মাৰ 'নিশ্চয়। তোমাক পালিবে চাগে সুর্য। সেহিনয় ॥ ৬০ ৪ান দেৱ বাহ্মন। দুইহানো সমন্ধ ৱে পুস্ত পোস্যকৰ। ক্ষেত্র হুই। গত কৃলত চিয়। পৰাভৱ কৰি বধিকে দুৰাশয় । প্রাক্তন কৰ্ম্মক কোনে কৰিব খণ্ডন। যু পুত্র অংশ হুইপে দেৱ নাৰায়ণ। তিনি সাত বাৰ ফুৰিলেক পৃথিবভ নিক্ষেত্ৰৱ কৰিবেক সাধি তযু হিত ॥ ৬২ এহি বুলি ব্ৰহ্মা গৈল। নিজ ভূবনক। যমদগ্নি সূৰ্য্য গৈল অাপোন গৃহক । পুৰি কথা কৈলো নন্দ তোমাৰ আগত, অক্ষ্যান শ্ৰৱনে পুন্য পায় সতত। ৬৩ বাহুগ্ৰষ্ট পাপ দৃশ্য যেন মতে ভৈল। তােমাৰ আগতে পিতৃ সবে কথা কৈল।