পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ বিৰূপ ধাৰী সুৰ্য দেখিয়া তহিত। ঘামদাগ মুণিষৰ ভৈল সচকিত॥ ৰকত নয়ন ভৈলা কোপ বিপৰীত। মহালাজ পাইল। ঋষি ৰেনুকা সহিত॥ ৩২ মুকায়ে। শীঘ্ৰে গৈয়া পিন্ধিলা সন। সেছিলো যামদগ্নি লিলা বচন। কোন তঞি আপোনাক মানস পণ্ডিত। তোত পৰে আন নাই পণ্ডিত ভুমিত॥ ৩৩ ভৃগুবংশে জন্ম মঞি তঞ কাপ। ধৰ্ম অধৰ্ম্মক জানো চাৰিও বেদৰ। বেদকে। জানোহেঁ। মই জানে। সস্ত্ৰ গন। বেদৰ বিহিত কৰ্ম্ম জানো সক্ষন। বেৰ নিসিদ্ধ জানা অধৰ্ম বোলয়। সুকৰ্মে জৰিত যিতো অৰ্জ্জনী ৱেয়। তাহাৰেসে বেদ বাক্য কৰিব লাগিয়। তেজস্মিৰ দোষচয় যেন নাহিকয়। সৰ্বল ভক্ষ্য বহি যেন সবাকে দয়। তেজস্মিৰ দোষ জানিবাহ সেহিনয়। তুমি সমে ছৈধ্য সাথী পাপৰ পুৰ। শাস্ত। ফল দাতা নোহে বৈষ্ণৱ নৰ। ৩৬ বিষ্ণুভকতৰ নাই শুভ কিঞ্চিত। সুদৰ্ষণ চক্ৰে ৰাখি থাকে প্ৰতি নিত। আমাৰ শাসন কৰ্তা ব্ৰহ্মা বিষ্ণু ৰ। তিনি দেৱ বিনে আন সুহিকে অপৰ। ৩৭ সুত্ৰে ঘন মতে স্বচ্চলে ফুৰয়। সেছি মত স্থিতি মোৰ জানিবা নিশ্চয়। দিবাকৰ আদি কৰি যত সাখী আৰ। সিখাইবে নপাৰে আমাক অনিৰ্বাৰ৷ ৩৮ ইন্দ্ৰ আদি কৰি যত আছে দেৱগণ। ভস্ম কৰিব পাৰে। এতিক্ষন। মোৰ শাস্ত। ভগৱন্ত দেৱ নাৰায়ণ। মোহোৰ আগত ধৰ্ম বক্তা তঞি হোন। ৩৯ স্বস্থানে চলিয়ো মোৰ নোতোলাইৰি খঙ্গ। নিৰ্যান অন্যে তই কৰ ৰস অঙ্গ। মোৰ শাপে পাপ দৃশ্য ৰাহ গ্ৰহ তঞি। হৈবি দিবাকৰ সূৰ্য্য শাপ দিলো মঞি॥ ৪• বায়ু নিয়া মেঘে যে তোমাৰু ঢাকিবেক। সেহিকালে তামাক্ষম সমস্ত হইবেক॥ মোৰসম তেজৱন্ত নাহিকে অপৰ। হেন গৰি কৰ তঞি দেৱ দিবাক। ৪১ তেজ হয়ো হৈব (তাৰ জানিয়ে নিচ্চয়। ৰাহ গ্ৰষ্ট অল্প তেজ হৈবে মহাশয়। ঋষিৰ শুনিয়া শাপ পাচে দিবাক। কৃতাঞ্জলি কৰি তুতি কৰিলা বিস্তৰ। ৪২ সুৰ্য্য নিগদতি যমদগ্নি মুনিবৰ। অবধ্য ব্ৰাহ্মণ ধন্য মান্য শ্ৰেষ্ঠত্তৰ। নাৰায়ণ শিৱ ব্ৰহ্মা আদি দেৱবৰ। গনেশ অনন্ত ধৰ্ম্ম আদি নিৰন্তৰ। ব্ৰাহ্মণ কৰে তুতি সবে দেবগন। সবাৰো নমস্য বিএৰূপী জনাৰ্দন। বিপ্ৰদত্ত দ্ৰব্য আমি কৰে'হে। ভক্ষন। ইন্দ্ৰ অগ্ন আদি কৰি যত দেৱগন। ৪৪ দেৱক পুয় দ্বিজে বিজক পুজয়। পৰস্পৰে পুজা কৰে জান মহাশয় ক্ষমা কৰা দ্বিজবৰ বৈষুব একান্ত। স্বধৰ্ম্ম আচৰি ক্ৰোধ কৰা উপশান্ত। ৪৫ বৈষৰ কেনে কোপ দ্বিজ মহাশয়। বৈষ্ণুৱ সকলে সদা কৃষক ছিয় পৰম্পৰ স্নেহ পাত্ৰ দেৰ ব্ৰাহ্মণ। স্নেহক ছেদন কৰা কেনে দ্বিজবৰ। ৪৬ মোক শাপ দিলা তুমি ময়ো দিবো শাপ। নিস্তেজষাঙ্গন মোকোবলায় পাপ। যদি আমি শাপ নেদে। তোমাক নিয়। নিস্তেজষ বুলিয়া হাসিবেক নৰচয়॥ 89