ব্ৰহ্মবৈবৰ্ত পুৰাণ। ৩৯ ৭৩ চতুৰ্থী তিথিৰ চন্দ্ৰ ভদ্ৰৰ ম'সৰ। কামিনী গনৰ মধ্যে গজিন্দ্ৰ গমনী। নষ্ট চন্দ্ৰ যেন ভৈল গুনা আত পৰ॥ ৬৪ সুকুমলী নাৰী মধ্যে চন্দ্ৰমা বদনী। ৭১ বাহুগ্ৰস্ত কলঙ্ককে কহিব চন্দ্ৰৰে। ল্লি সম দুই স্তন কামৰ আধাৰ। পুৰাতন কথা পিতৃ শুন। মনোহৰ। কামুকৰ মহাধন পুস্ত স্তন ভৰ। সুনা সভাসদ লো কৃষৰ চৰিত্ৰ। স্বৰ্গ মন্দাকিনী গঙ্গা তাহান তৰত। কৃষ্ণ কথা শুনিহোৱা পৰম পবিত্ৰ। ৬৫ মনি সুক্ষ্ম বস্ত্ৰ দুই পিন্ধিয়া গাৱত। শ্ৰৱন মাত্ৰকে হৈব। সংসাৰৰ পাৰ। গুৰু পাদ পদ্ম সতী চিন্তিয়া মনত। জানিয়া সইতে কৰা কৃষ্ণ কথা সাৰ। গৃহক যাইৰাক মতি তাৰ কৰি চিত। বিষয়ৰ কথচয় নৰকৰ দ্বাৰ। সেহি বেলা চন্দ্ৰে আসি তাৰাক দেখিলা। জা'ন সন্ত সব তাক কৰা পৰিহাৰ। কম বানে আত্ত হুয়া তাৰক হৰিলা। ৭৪ কুমৰ চৰা মাত্ৰ কৰিয়েক ধ্যান। সতীৰস্তত ধৰি ৰথত তুলি। কৃষ্ণনাম মুখে লৈয়। তেজা কাম তান। মহা কামাতুৰ হুয়া অফিঙ্গিবে লৈল। বনে ৰাম দ্বিজে বোলে হেজি আন কম। । চুম্বন কৰিা মুখে তাৰাক ধৰিয়া। সংসৰ তৰিব। যেবে বেলা ৰাম ৰাম॥ ৬৭। শৃঙ্গাৰ কৰিবে মনে উদ্যম কৰয়া। ৭৫ সেহি বে৷ তাৰ দেশী বুলি। বচন। এৰ এৰ কুলম কুলৰ দুষণ॥ গুৰু পত্নী ব্ৰাহ্মনী যি প্ৰতিব্ৰত হয়। চন্দ্ৰ কৰ্তৃক তাৰ হৰণ। সঙ্গমত ব্ৰহ্মবধ পাতক হয়। কি নিগুতি শুনা পিতৃ মহ। মতি। তই পুত্ৰ মই মতৃতে হোৰ হোৱয়। নদীনা যৌবনী গুৰুপত্নী তাৰ সতী। ধৈৰ্ষ বাৰ মোক তোয়োক মহাশয়। ৰত্ন অলঙ্কাৰ গৱে কৰিয়া, ভুষন। ধিস্কাৰ জীৱন তোৰ যদি নেৰা মোক। গাৱত পিন্ধিয় তাৰ। অমুল্য বসন। পাচে গুৰু দেৱে ভস্ম কৰিবেক তেক॥ ৭৭ সুন্দৰী গনৰ মধ্যে নাহি যাৰ সম। পুত্ৰত থক নিষ। বেদত হয়। মোহহাৰ স্বামীৰ প্ৰিয় সিষ্য তই হয়। ডম্বৰু কঙ্কলি অল্প হাস্য মনোৰম। কেশৰ বান্ধিয়া খোপা অতি উচ্চ কৰি। সিষ হুয়া বাপী তঞি অধৰ্ম্ম কস। মালতীৰ মালাকাত আছে ভৰি পুৰি। ৬৯ স্বধৰ্ম্মক ৰাখি ক'ঞ মাতৃক এস। 96 সিন্দুৰৰ বিন্দু চনৰ বিন্দু। বলে ধৰি তঞি যদি কৰস গমন। মৃগমদু বিন্দু কত প্ৰকাশ। তেত বধ দিয়া মঞিমৰিবে। এখন পৰ লিখি আছে গণ্ডে মনোহ। কামাতুৰ চন্দ্ৰ তাৰ বাহ নাবিলা। পল্ল বিশ্ব ফল সম অৰুণ অধৰ। সম্ভোগ কৰিব মনে উদ্যম কৰিল। ৭৯ হীৰাৰে নিৰ্ম্মি আছে সাত সৰি হাৰ। মা পতিব্ৰতা তাৰ কোপে দিল শাপ। স্তনৰ উপৰে ঝিলিমিলি পেচাৰ। ৰাহু গ্ৰষ্ট যক্ষ্মা গ্ৰষ্ট হৈৰি তঞ পাপ। ৭৬ ৬৮ ৭০
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৪৭
অৱয়ব