পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ। ২৪ আৰু কিকা কহিষোঙ্গো বহা মহাশয়। কটাক্ষ্য কৰিয়া সতী মুনি দেখস্ত। নিশ্চয় কহিবাে মঞি নকৰা সংশয়। নিৰ্যান আনত মুনি তাৰু মিল। নন্দ নিগদতি নিয়ােক দের হৰি। কোকিলৰ নাদ তাত আতি মনােৰম। ৰাহ গ্ৰষ্ট চন্দ্র সূর্য তৈলা কেন কৰি ১৬ মধুকৰে গুঞ্জ ৰৱ কয় উত্তম। নষ্ট চন্দ্র চতুণীৰ ভাদ্র মাসত। সুগন্ধী পৱন বহে কিয় ভৈলা সেহিক কহা দামােদৰ। পুষ্প সষ্যা কৰি আছ দেখিতে সুন্দৰ বেদৰে জনক তুমি দেৱ নাৰায়ণ। চন্দনে লেপিত অঙ্গ বস্ত্র মাধ্যখাৰ। তোমত বিনাই কাত সুধিবে। কাৰণ। ১৭ মহাৰাস কৰি আছিল অনিবৰ। ২৫ ভগৱন্ত নিগদতি নন্দ মহাশয়। ৰেনুকা সহিতে ঋষি কৃডিয়া আছ। দেৱৰ নিসিদ্ধ কথা কৈবে নগয় ? সেদিবেলা সূৰ্য্য আসি ভৈল উপনীত ॥ বেদৰ নিশ্বাষ জ্ঞানী গনে নহয়। সূৰ্য্য নিগদতি ধৰ্ম্মবক্তা, মুনিবৰ। এহি কথা এড়ি তান পােছা মহাশয়। ১৮ জ্ঞানী মধ্যে নাহিকয় তুমি সমসৰ । ২৬ নিগদতি প্র; (দৱ সনাতন। বেদ কৰ্ত্ত। ব্রহ্মা তযু পিতামহ হয়। ভক্ত নবঞ্চি তুমি কহিয়াে কাৰণ। । চাৰি বেদ জানি আছ তুমি মহাশয় । ভগৱন্ত নিগদতি না নন্দ ৰাজ। বেদ অঙ্গ কর্তা তুমি ধৰ্ম্মজ্ঞ নিয়। পুৰাতন কথা কহিবাে নাহি বাজ ॥ বেদজ্ঞ নী মধ্যে শ্ৰেষ্ঠ তুমি মহাশয়। ২৭ যাহা শুনিলে তীর্থ স্নান ফল পাই। মহাপশালী তে এহ্মচাৰী। নিস্কলঙ্ক নৰ হয়ে জানা নন্দ ৰাই # ব্ৰহ্মকে সাখ্যাত কৰা তুমি ব্ৰতধাৰী । সমন্তে পাতকী দেখি যিতো পাপ হয়। তোমাৰ মুখৰহস্ত পঢ়ি সাস্ত্র চয়। আখ্যান শ্ৰৱনে ভস্মিভুত কৰয় । হুয়া আছে সুপণ্ডিত ধর্মক একদিন কতুহলে যমদগ্নি ঋষি। বেদৰ বিহিত ধৰ্ম্ম বােলে মহাশয়। ৰেণুকা সহিতে গৈলা পৰম হৰিষি । বেদৰ নিষিদ্ধ নানা অধর্ম হোৱয় । নম্মদ। নদীৰ তীৰ আতি মনােহ। ধর্মজ্ঞ সকলে জানা ধৰ্ম্মক কয়। ৰেণুকা সহিতে ঋষি ক্রিড়িল বিস্তৰ। ২১ অধৰ্ম্ম। সকলে অধৰ্মক আচয় নৱ বিবাহিত। সতী নবীন জীবনী । ধৰ্গৱন্ত হয়। কেনে ধৰ্ম্মক তেজয় স্তন ভৰে নগতি ৰতন ভুষনী। দিবসত মৈখনৰ নিসিদ্ধ কায় । স্বেত চম্পকৰ বৰ্ণ সুবেশ ধনী। দিবসে মৈথুন দোষ জানা মহাশয়। মুখে অল্প হাস্য পুর্ণ মা বদনী। বিশেষ কৰিয়া বেদে কহিয়া আহয় । শ্ৰোনি ভৰে মন্দ গতি হতি নিৰুপম। সমস্তে কৰ্ম্মৰ মাখী অামি মহাশয়। সুন্দৰী গনৰ মধ্যে নাহি যাৰ সম । এতেকেসে ধর্মকথা কহিছে। নিশ্চয়। আতি সুক্ষ্ম বয়ে যেত কৰি বিজুম । বিৰুপ ধৰি সূৰ্য বচন বুলিল। কাম বানে অৰ্ত্ত পুলকিত অঙ্গগণ। ২৩ সুৰ্য্যৰ বচন শুনি মৈথুন তেজিল'। --- ২• ২৮ 1 ৩০