পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY. ব্ৰহ্মবৈবৰ্ত পুৰাণ। পাপৰ পৰিচয়। পদ। b যহাক দেখলে পাপ হাৰ নিৰন্তৰ। সেহিক তো পিতৃ শুনা মত পৰ। দু:স্বপ্ন দেখিলে পিতৃ পাপৰ কাৰণ। কেৱলে দুখৰ বীজ জান। তপোধন॥ ১ শে-বৰী ব্ৰহ্মণপ। পুন্য বিক্ৰয়। পিতৃবধী মাতৃবধী কুটিৰ শি হয়॥ দেবতা হন কৰে বিশ্বাষ ঘাতক। চি{সাক্ষী হবে যিতো তাথিতি বঞ্চক। ২ গ্ৰামক অজয় দেব বিপ্লধন হবে। তা সুখ ছেদন শিৱ বিষ, নিন্দা কাৰ। তদক্ষিত সন্ধ্যাহী- দ্বিজ অনাচাৰ 'দেৱলিয়া হোয় মুদ্ৰৰ সুকাৰ। ৩ শুদ্ৰ শ্ৰ তমভুঞ্জে শ। বকো দহয়। বৃষকো নহয় দ্বিজে সুদ্ৰ প'ি হয়। পতি পুত্ৰ মিতো স্ত্ৰীৰ নাই সমুদাই। নাক কাটি যিতে স্ত্ৰী স্বামী ভক্তি নাই। ৪ দেৱত। ব্ৰাহ্মন নিন্দা কৰে যিতোনৰে। শিষ্ণু ভক্তি হীন যিতো চৌৰ কৰ্ম্ম কৰে। সুত্ৰৰ বিধৱ। চাঙালিনী যিতো হয়। ব্যভিচাৰী নাৰীক দেখিবে নলগয়॥ ৫ সদা ক্ৰোধযুক্ত দুষ্ট যিতে। জন হয়। সৰ্বদাই সুলধৰি যিপুমু উপপতি জামিচা সদায় শৰন।গতক পিতৃ যিজনে ঘায় || ৬ বক হয় যিতো জন দুৰাশয়। যিতো যুদ্ৰে ব্ৰাহ্মনীক মন কয়॥ অধৰম কৰ্ম্ম দ্বিজে সদায় কয়। চাৰিজাতি গম্য। গমন আচৰয়॥ ৭ তপোন মাতৃক আৰু সপত্নী মাতৃক। আপোন দুহিত্ৰী সাগু আৰু ভাগীনীক। গুৰুপত্নী পুত্ৰপত্নী পত্নী সোদ। মাতৃ পিতৃ গিনিৰ ভাৰ্য। ভাগীনৰ। নৱ বিবাহিতা কন্যা ভাৰ্যা পিতৃব্যৰ। নজ স্বল। ভাৰ্য আৰু ভাৰ্য। মাতুল পিতৃ মাতৃ দুইৰে মাতৃ সী যিতো হয়। এছি হষ্টাদশ ব; তাগম্য নিশ্চয়॥ ৯ অষ্টাদশ নাৰীসমে দুষিত গোয়। সেহি নৰ নাৰী দেখি ব্ৰহ্ম ধী হয়। গোধীক ব্ৰহ্ম বধী আদি কৰি যত। দৈব্য যোগে দেখি পাপ তে নানা মত। ১০ এহি পাপী সৰ দেখি সূৰ্যক চাহিব। সূৰ্য্য দেখি তত পচে বিষুক স্মৰিব। কামনা কৰিা যদি চাৰে পাপী গন। তাৰ পপ তুল্য পাপ হোৱয় ৫ে খন | ১১ এতেকেসে সন্তসবে পাপীক নাই। পপে 'ভয় কৰি বাবে জানা নাই। সৰ গ্ৰাস গ্ৰহণক নৰে নচাহিব। ও স্ম তাৰা বৰ তাৰা তাহাকে। তেজিব। ১২ জন্ম ৰাশি সষ্ঠ কষ্ট দ্বাদশ নৱমে। যদি চন্দ্ৰ স্থিতি হাৱে তাপৰ দশমে | চতুৰ্থ ৰাশিত চন্দ্ৰ সূৰ্ষ নচাহিব। অন্যত্ৰ বাশিত চন্দ্ৰ সূৰ্য্যক দেখিব। ভাদ্ৰৰ সত সুক্ল কৃষ্ণু। চতুৰ্থত। উদিত চন্দ্ৰক চাহিবা কদাচিত। তাৰ হৰণ কৰু মহাপাপ। কামনা কৰিয় চাইলে পাৰ আতি শাপ। ১৪ ত জ্ঞানতো যদি নৰে চন্দ্ৰক দেয়। মন্ত্ৰ পুত জল পানে সুন্ধিক নিস্কলঙ্ক হবে 'সিতে নন্দ মহাশয়। কহিলোছে। দেখা পাপ তোমত নিশ্চয়॥ ১৫ ফুৰয়। চন্দ্ৰ