পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
8

ব্রহ্মবৈবর্ত পুৰাণ। 11 মায়া কৰি কৃষ, দেৱো কথাতে কান্ত। দেৱ মুনিগনো অসি ওৰোধ কৰন্ত ৫০৮ বৰক৷ দুয়ে। পাচে ৰথত চৰিলা। ভিমক নৃপতি পাচে যৌতকক দিল। গজিন্দ্র সহস্ৰ দিল ঐৰাবত সম। তাহাৰ ছগুন দিলা ঘোৰ মনোৰম। ৫৩৯ দাসীৰ সত্ৰ দিলা দাস দুই শত । তৃতয় সশ্ৰ ৰত্ন দিল। মনােগত | অমৃন্দ্য ভুষন দিল ভিষ্মক নৃপতি। পঞ্চাক্ষ্য সুবর্ণ দিলন্ত মহামতি । ৫১০ জল ভােজনৰ পাত্র যুদ্ধ সুবর্ণ। বিশ্বকৰ্ম্ম বিচত বিদ্ধ ৰত্নৰ । বংসে সমে সহকে ধেনু দুগ্ধবতী। নবীন প্রসুতা দিলা অ'ত ৰূপবতী। ৫১১ অগাি সুদ্ধ বস্ত্র দিল। কৰিয়া সদৰ। আনে। নান] দিব্য ৰত্ন দিল। মনােহৰ। কৃষণ চৰণে ৰাজ কৰিয়। ভকতি । সমস্তে যৌতক দিল। ভিস্মক নৃপতি ॥ ৫১২ কতােদূৰ আগবাঢ়ি গৈয়া মহিপতি। কৃষক প্রনামি ৰৈলা অসন্তোষ মতি । দেৱ মুনি সমে বসুদেব উগ্রসেন । দ্বাৰকাক অভিমুখে যন্ত ইন্দ্ৰযেন। প্রসন্ন বদনে সবে পুৰ প্ৰবেশিলা। সুমঙ্গল নানা বাদ্য সকলে বজাইল। দৈৱকী ৰোহিনী যসোদাক আদি কৰি। আশির্তী যে দিতী আনো দেৱৰ সুন্দৰী ॥৫১৪ উদ্ধৱ কামিনী আনাে ঋষি পত্নীগন । বন্যা আগ বাঢ়ি গৈৰ। তেতিক্ষন। উলি জোকাৰ পাৰে সৰে নাৰীগ। গৃহ প্রবেশাইলা নিয়া আনন্দিত মন । ৫১৫ নানাবিধ সুমঙ্গল কৰি নাৰী গণে। বৰ কন্যা প্রবেশাইলা ৰত্বৰ ভৱনে। দেৱমুনি ৰাজাগণ লগে এজাগণ। চতুধি তন্ন ৰস কৰাইলা ভোজন। বন্ধুগন দ্বিগুণ ভট আদি কৰি। সাকে ভুঞ্জাইল। বসুদেৱ মান্যকৰি। যথাযােগ্য ন ন দিলা বসুদেৱ। সবাকে সন্তোষ দিয়; কৰিলন্ত সেৱ ॥ ৫১৭ দেমুনি গণে। গৈল আপোন ভবন। আপোন মন্দিৰে চলি গৈলা মাতাগণ। ধন বস্ত্র অলঙ্কাৰ লভি সমস্তয়। পৰম আনন্দে চলি গৈল। নিজালয় ॥ ৫১৮ ব্ৰহ্ম বৈবৰ্ত্তৰ পদ মহা পুৰাণৰ। কক্মিনী কৃষৰ কথায় বিবাহৰ। তাষ্টাধিক সত অধ্যয়যে মনোহৰ। শুনিয়ােক নৰনাৰী সৰ নিৰন্তৰ । এজাকৰ শুনি পাইবা বৈকুণ্ঠ নগৰ। শ্ৰৱন মত্রকে গুছে সাপ নিৰন্থৰ । কলিমল নিসন কৃষৰ চৰিত্ৰ । ইহাক শুনিয়া কৰা দেহাক পবিত্র। মুখে নাম হৃদি ৰূপ সঙ্গ ভকতৰ। কৃষ্ণ কথাচয কর্ণে শুনা নিৰন্তৰ। কৃষেনে দেৱৰে দেৱ জানি নিৰন্তৰ। তান নাম মুখে লৈয়া ভজা দ'মোদৰ। ৫২১ সমস্ত বিষয় সুখ মনে পৰিহৰি। নিৰে নৰে ডাকি বােলাৰি হৰি বলােৰাম দ্বিজে বোলে এড়ি আন কম। কৃষত ভকতি কৰি বােল কৃষ্ণু ৰাম। ২১ ৫১৩ ইতি শ্রীদ্বাৰকা বৰ্মণ কথা সমাপ্ত।