পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ 80 ৩০ যত যত। ভাৰ্য। স্বামী দুইৰে। সবে কৰি সুমঙ্গল। নানা বাদ্যভণ্ডৰ শবদ ভৈল এল। ৪২৮ শুভক্ষনে হৰি ভিষ্মকৰ অঙ্গিনাত। প্ৰবেশিল। দেৱ মুনি লগত সাক্ষাত। ।তি মিত্ৰ বন্ধুগণ লগে পুৰোহিত। পিতৃ মাতৃ গোপ গৰাজেন্দ্ৰ সহিত॥ ৪২৯ ৰাজাগণ ভট্টচয় সভা প্ৰবেশিল। জোতিশাস্ত্ৰ বিশাৰ গণকো আসিল। নানাবিধ খাদ্য গণ বাদকে সহিত। নৰ্ত্তক গাৱন সবো তথ। উপস্থিত। নানা শিল্পকাৰু মালকাৰ বিদ্যাৰী। দেৱকন্যা অপেশ্বৰী অপৰ কিৰী। দেৱমুণি বাজায় লগে প্ৰজাগণ। সমস্ত প্ৰবেশ ভৈল ভিক ভৱন। ৪৩১ বিবাহ দেখিবে মনে আইল সবে প্ৰবেশিল ভিকৰ নগৰত। কদলি সহ কইল পথে বিভুষিত। আম্ৰৰ পত্ৰৰ পট্ট সুত্ৰেৰে ৰঞ্জিত। চম্পকৰ চন্দনৰ ৰসাল বৃক্ষৰ। সবাৰে•পত্ৰৰ তাত ৰঞ্জিল ৰুচিৰ॥ ৰক্ত পীত স্বেত পুষ্প হাত তাৰিল। নানাবিধ মাল্য গলে শোভিত কৰিল। ৪৩৩ ফল পুষ্প শমে কদলৰ সমপত। বেদিত মঙ্গল ঘট প্ৰাপিল বহুত!! কৰি কুঙ্কুম পুষ্প চন্দনে ৰঞ্জিল। লাজাফল দুৰ্ব্বাচয় পথতে শোভিল॥ ৪৩৪ মুনিগণ দ্বিজগণ ৰাজেন্দ্ৰ বেস্তিত। ৰ বিৰচিত বেদি আতি মনোনীত। ভৰি চন্দ্ৰ চাৰু কুঞ্চম ৰঞ্জিত। সুগন্ধ সীতল বায়ু কৰে সুগন্ধিত॥ বেদৰ সমস্ত পাশে যত্নে কৰে কান্তি। সহ সহশ্ৰে প্ৰদীপ শশাভে কান্তি। নানাবিধ গন্ধ দ্ৰব্য ধুপে সুভাসিত। নানাবিধ ৰত্ন পাত্ৰে কয় ৰঞ্জিত। চিত্ৰ যে বিচিত্ৰ নানা বিধ দ্ৰব্য গণ। চিত্ৰকাৰী গণে চিত্ৰ কৰয় শোভন। নানাবিধ পুষ্প মাল্য কৰে সুশোভন। বহুবিধ ছিত্ৰকৰী পুষ্পকাৰী গণ॥ ৪৩৭ গন্ধ সকলে গীত সুললিত কৰি। নকে নচাৱে তাল বাৱে বাদ্যধৰী। সুন্দৰ গীতৰ নাদ শুনিয়া তহিত। সমস্তুে প্ৰানীৰ চিত হোৱে বিমোহিত। ৪৮ গৃহৰ গুপুত দ্বাৰে গৱাক্ষ নয়নে। চক্ষুয়ে নিৰেখি চাহে পুৰনাৰী গনে। সুমঙ্গল ৰত্ন ঘট বেদিৰ উপৰ। সাৰি সাৰি থৈয়া আছে অতি মনোহৰ॥ ৪৩৯ পোৰাহিত দ্বিজ সমে ভিষ্মক নৃপতি। দানবস্ত্ৰ সম বেদি মণ্ডপত স্থিতি। ব্ৰহ্ম।. আদি দেৱ গনে বিমানে চৰিয়া। ঙ্গিনাত ভিষ্মকৰ বেদিক দেখিয়া। ৪৪০ ৰণৰ নামিয়া সবে আঙ্গিনাত থিতি। সনকাদি ঋষি গনো মহিলা তহিতি। ৰাজেন্দ্ৰ যাদব গনে। তথায় আসল। পাৰ্ষদ সহিত কৃষ নগৰে পষিলা। ৪৪১ দেৱমুনি সমে কৃষ ভিষ্মক দেখিলা। শীঘ্ৰে আসনৰ উঠি আগবাঢ়ি নিল। দেৱমুনি সমস্তক পৰম আদৰে। দণ্ডৱত প্ৰণামিল পৰি নৰেশ্বৰে। ৪৪ পৃথকে পৃথকে ৰত্ন সিংহাসন দিয়া। ক্ৰমে বসুৱাইল ৰাজা সাদৰ কৰিয়া। ব্ৰহ্মাহৰ আদি কৰি যত দে গন। দেৱঋষি ব্ৰহ্মঋষি জে শোভন॥ ৪৪৩ মহাৰাজ ভক্তি কৰি সবাকে পুজিলা। সাদৰি প্ৰনাম কৰি তুতিক কৰিলা। ৪৩২ ৪৫