পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ ব্ৰহ্মবৈবৰ্ত পুৰাণ। ৪২২ গৃহৰ সিখৰে থাকি চাহে নাৰীগণ। মস্তকত পুষ্প বৃষ্টি কৰয় সম্বনে। ৪১২ নানাবিধ পুষ্প পৰি শিৰত শোভয়। হেন মনোহৰ ৰূপ ধৰিয়া চলয়। ৰূপ দেখি যুবতী সকল বিমোহিত। কামবানে নাৰীগণ হোৱয় মুচ্ছিত ধন্য ধন্য কিৰূনীৰ জীৱন সফল। ত্ৰৈলোক্য মোহন বৰ পাইব অবিকল। ভিযুকৰ ভাৰ্য। সুভদ্ৰায়ে দেখিলত। যামাতাৰ ৰূপ দেখি সন্তোষ তৈলস্ত। ৪১৪ নিমেষ হিত হুয়া চাহান্ত বদন। সুঠাম শৰীৰ দেখি বিমোহিত মন॥ পোৰোহিত সত্যানন্দ তানন্দিত মন | ৪১৫ ব্ৰহ্মাহৰ দি কৰি দেৱ নিৰন্তৰ। দেৱ ঋষি ব্ৰহ্মঋষি ৰাজেন্দ্ৰ অপৰ॥ প্ৰণাম কৰিা ৰাজা পুজিলা সাদবি। যোগ্যশ্ৰম বাসা গৃহ দিলা মান কৰি। ৪১৬ তক্ষ্য ভোজ্য লেহ পেহ অমৃত সমান। পৃথকে পৃথকে নামা কৰিলন্ত দান। কুণ্ডাল নগৰে ভৈল প্ৰজাৰ আন্দোল। হুলস্থল টলবল ভৈল মহা ৰোল ৪১৭ দিয়া নিয়া এহিবাক্য প্ৰজাৰ উঠিল। দিয়া দিয়া নিয়া নিয়া সব তুমুল। সমস্তকে সন্তোষিয়া ৰাজা পুৰি মন। এহিমতে ভৈল যেৰে ৰজনী প্ৰসন্ন। বেদ মন্ত্ৰে অধিবাস কৃষক কৰিল। গনেশ পুজিয়া পাচে মাতৃক পভিলা। ৪০ সাক্ষাত সমস্ত দেৱ আগতে আছিল। বসুদেৱ সমকে পুলিবে গিলা। বসেদ্ধাৰ দিয়া বুদ্ধি সুজক কৰিলা। ব্ৰাহ্মণ দেৱতাগণ সৰ্বাকে ভুঞ্চাই। ৪২১ কৰ্ম্মৰ দক্ষিণ। ঋষি গণক দিলস্ত। গৰ্গক দিলন্ত ৰত্ন বসুদেৱ সন্ত॥ ৰাজাগণ বন্ধুগণ সবাকে ভুইলা। হুধন পত্ন বসু সমকে দিল। মহল কৰিয়া বা সমস্তে, বাইল। বস্তু অলঙ্কাৰে কম শৰীৰ ভুমিল। এহিম'ত ভিষ্মকোয়ো সমন্তে কৰিল। নিত্যকৰ্ম্ম অধিবাস স্ৰাদ্ধ আচৰিল। ৪২৩ পোৰোহিত সমে বেদ মন্ত্ৰক উচ্চৰি। সমস্ত কৰিলা কৰ্ম্ম হৰিক সুমৰি। সমস্ত দেৱক পুজি লন্ত মা কৰি। ব্ৰাহ্মণ সকা পূজা কৰিলা দৰি ৪২৪ মুকুতা মানিক হীৰা মণি ৰত্ন ধন। ভক্ষ্য দ্ৰব্য উপাৰ বসন ভূষণ। ব্ৰাহ্মণ ভিক্ষুক ভট আদি নিৰন্তৰ। সমস্তোক দান দিলা ৰা বহত্তৰ ৪২৫ বাদ্যগণ বইলন্ত সুম কৰি। ৰুক্মিণীকে। কচাই অনেক সুন্দৰী তা পাঁচে সুভক্ষণ মাণি উদয় বিবাহৰ লগ্নক স্বামীয়ে নিয়ে ৪২৬ পাপগ্ৰহে নেদেখিল লক তথাত। বিবাহ নক্ষত্ৰ তিথি ভৈল সিবেলা। চন্দ্ৰ তাৰ। শুভ বেধ দো বিবৰ্জিত। শুভ বাৰ শুভ যোগ ভৈল উপস্থি৬৪২৭ সপ্ত সাফাদি দোষ সকলে বজিত। নিশাত বিবাহ কাল ভৈল উপস্থিত। প্ৰভাত সময়ে বসুদেব মশন্ত। প্ৰাতসৰ কৃত্যচয় তত কৰিলন্ত। সান সন্ধ্যা কৰি বসুদেৱ মহাশ। খেত বস্ত্ৰ দুই পৰিধান কৰিল। ৪১৯ পুজা হোম বলিদান নিত্য কৰ্মচয়। সবাকে কৰিলা বসুদেৱ মহাশয়।