পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰণ ২ ৩ সেহি বেলা সাৰ ৰাজা ভুমিত পৰিল। বৰক দেখিবে প্রতি আইল নাৰীগণ। মুজ্জাগত ভৈল সিতো প্রানে নমৰিল। ৩৯৬ নিমিষেৰ হিত ভৈল সবাৰে নয়ন ॥ ৪০৪ সাৰ পতন দেখি শিশুপাল বীৰ। কৃষক দেখিলা সবে ৰথৰ উপৰ। শৰবৃষ্টি কৰি বীৰ ৰনে জৈল স্থিৰ । তুতিকৰি প্রসন্ন হৰিষে আছে । পৃথত জল বৃষ্টি যেতেন হােৱয়। বতনে ৰছিত ৰথ তাহাৰ উপৰ । সমতে শবৃষ্টি নৃপতি কৰয় ॥ ৩৯৭ প্ৰকাশ কৰিয় আছা জগত ইশ্বৰ ॥ ৪০৫ তৰ্দ্ধচন্দ্র বনে বামে সবাকে ছেদিল । নবীন জলদ শ্যাম শোভে পীতবাস। হল নামে নথ তাৰ চুন্নিত কৰিল । চন্দনে লেপিত অঙ্গ কয় প্রকাশ । কাটিবাক মনে ৰামে উদ্যম কলি। তাপাদ লম্বিত বন মালা বিভুষিত। সেছি বেলা আকাশৰ বচন শুনিল। ৩৯৮ ৰত্নৰ কেয়ুৰ কৰে বলয়া ৰঞ্চিত ॥ ৪৬ কুম বন্ধু কাক ভেজা পাদ এবৰ। গলত ৰত্বৰ মালা কয় উজ্জ্বল (ইন বানি শুনি এৰিলন্ত ই ধৰ। কর্ণত কুণ্ডল দুই কৰে ঝলমল । দমুক্র বীৰে বান প্ৰহাৰ কৰিল । তাৰ ৰশ্মি লাগি প্রকাশয় গণ্ডস্থল। হলৰ ম তাৰ ৰং ভাঙ্গিয়া এৰিল । ৩৯৯ ৰত্নৰ নুপুৰ পাৰে কৰে জ্বল-মল ॥ ৪৭ যুদ্ধ কৰিবা আইল যিতােৰজাচয়। মুখে অল্প হাস শােভে মলী হাতত। সমস্ত গলায় গৈ হয়। মহাভয় । ৰত্বৰ দাপােন চাহি আছন্ত ৰথত । বলৰ বিক্রম দেখি সব বীৰগন। শৰতব পদ্ম সম দুতয় লােচন। পলায় ৰহিল মুখে নাসয় বচন ॥ ৪০০ ত্রৈলােক। মোহন ৰূপ নবীন যৌবন। ৪৮ কক্সবাৰে কুণ্ডলিক লাজত নগৈল। শৰতৰ পুৰ্ণ চন্দ্র আকাশে শােভয়। ভােজকট নামে পুৰ নিৰ্মিয়া ৰহিল । তালাক নিন্দিয়া মুখপদ্ম প্ৰকাশয় ৷ বৰ যাত্ৰী গনো কীলক প্রবেশিল । ৰথত ধৰিয়া স্বেত চামৰক ধৰি। দেৱ ঋষি সমে কৃষ আনন্দ লভিল ॥ ৪০১ সপ্ত গোপে সেবি আছে কৃষক সাদৰি। ৪০৯ তাত পাচে গৌতমৰ পুত্ৰ সতানন্দ। কোটি কন্দর্পৰ ৰূপ ধৰি নাৰায়ণ। কবি মুনি সমে আইল মনত আনন্দ। জগত কাৰণ নিত্য সত্য সনাতন কৃষি আগত ঋষি আনন্দিত মনে। ব্ৰহ্মা হৰে অনন্তয়াে সেৰিয়া আচয়। আগবাঢ়ি সুমঙ্গল কৰিল তেখনে । | কোটি চন্দ্র সমৰূপ প্রকাশ ধৰয় || ৪১০ সত্ৰুৰ অগম্য পুৰ মিত্ৰৰ সুগম। ধ্যানৰ অসাধ্য ৰূপ প্ৰকৃতিত পৰ। শতদ্বাৰ আছে তাত অতি মনােৰম । সমস্ত দেখিল হেন ৰূপ মনােৰ। নেয় নগৰ • প্রবেশাইল। মুনিবৰ। ময়ুৰৰ পুচ্ছ চুষা যুবায়ে শােভয়। কুণ্ডীল নগৰে ৰঙ্গে ভৈলা বহুতৰ ॥৪০৩ তি ৰূপ আতিশয় প্রকাশয়। ৪১১ দেৱ কন্যা নাগ কন্যা মুনি কন্যাগণ। মালতীৰ মাল্যে তাত কয় শােভিত । ৰাজ কন্যা গণে আইল আনন্দিত মন।। মস্তকে মুকুট মণি ৰত্ন উজ্বলিত।