পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ ২৫ কন্যা বৰ দুইকে। নিল। মন্দিৰতে প্রবেশাইল | ব্রাহ্মনক ভুঞ্জাইল। দানচয় কলিন্ত । সমস্তে দেখিলা সাৰ । ৩৬৬ প্ৰভাৱ যে দ্বাৰকাৰ । ৩৬৭ বদেব মহা বল । কৰাইল সুমঙ্গল। ৰৈর তেজে জাসা। কৃষ্ণু লগে চলিবাৰ। তুমন্ত বিমানত। পাচে ৰজা চলিল। ৰেৱতীৰ বিবাহ। কপচয় মনোহর। শুনিয়ােক মন কৰি। বুলয়োক ৰাম হৰি। ৩৬৮ চাৰি মাৰী ৰাখে সেনায়ে সহিত বৰযাত্রী গন তৈত ভৈল উপস্থিত। ৩৭২ কন্তু সিপাল দন্তবক্ৰ বীৰ সাৰ। মায়াবীৰ মধ্যে মল্ল যুদ্ধে অনিবাৰ। অস্ত্র সন্ত্র জান যুদ্ধত নাহি ভয়। চাৰি বীৰ ধনুৰ্ধৰ নাচিকে শংসয় । ৩৭ কৃষ সৈন্য দখি ৰুক্ম নৃপতি নন্দন । মহাকোপে বুলিলন্ত নিষ্ঠৰ বচন। দেৱমুনি ৰাজেন্দ্ৰক কৰি উপহাস। বিদ্রুপ চনে সিটো বেলয় নৈৰাস ৩৭৪ কক্স নিগদ তি সবে শুনিয়ে বচন। কালকুত দৈব কৰ্ম্ম বাধিবে কোন দেৱৰ মুনিৰ কৰ্ম্ম অতি বিপৰীত। কিবা কৰিবোহে। আমি দেখিতে কুছিত। ৩৭৫ দেৱ যােগ্য কক্সিনীক নিবে কৰি সাৰ। দেৱ মুনি সমে আসে নন্দৰ কুমাৰ। গােকুলে আছিল ইতাে গােৰক্ষ নন্দৰ। জাতিৰ নির্ণয় নাই ভক্ষ্য মৈথুনৰ। ৩৭৬ সাক্ষাতে ভৈলেক ইতে। গোপিকা ৰজাৰ। গোপৰ উসৃষ্ট কৃষে কৰিলে অহাৰ ৰাজ পুত্র মুনি পুত্ৰ একোৱে নহয়। ক্ষত্ৰয়ত জন্মি বৈশ্য গৃহত বঢ়য়। ৩৭৭ শিশুকালে কৰিলেক ইতে। ভিৰী বৰ। শুনিয়া ইহাৰ কৰ্ম্ম সবাৰে তবধ। সন্তোগতে মাৰিলেক ইতে কুবুজাক। বস্ত্ৰৰ কাৰণে কৃয়ে বধিলে খােবক ॥ ৩৭৮ ৰাৰে বধে ব্ৰহ্ম হত্যাক লভয়। মথ ৰাত ধৰ্গৱন্ত কংশ মহাশয়। কৃষ্ণুৰ মাতুল তাকো উপায়ে মাৰিল। তান ভাতৃ সকলকে। সংহাৰ কৰিল। ৩৭৯ পৰম অধৰ্মী কৃষ দুষ্ট দুৰাচাৰ। মাৰিবাে ইহাক মই কৰি আছে৷ সাৰ । যাত্রা। শ্রীকৃষ, বলােৰাৰ কুণ্ডিল। বলােৰামৰ লগত ৰুক্মবীৰৰ যুদ্ধ, ৰুক্মৰ পৰাজয় আৰু শ্ৰীকৃষ্ণৰ লগত ৰুক্মিনীৰ বিবাহ। আত অনন্তৰে শুনা বিবাহ কুযুৰ। প্ৰম মঙ্গল কথা আতি মনোহৰ ৷ মুনী ৰাজেন্দ্র লগত সৈন্যচয়। কুণ্ডল নগৰ পসিলেক বাজায়। ৩৭০ কোটি উচ্চ সপ্তগড় দেখি ভয়ঙ্কর। খাৱৈই আছয় সাত বেঢ়িয়া গড়ৰ । শাৰ আছ তুময় মােহ। নানা মনি ৰত্ন তত খচিছে বিস্ত। ৩৭১ বিশ্বৰুৰ্ম্মে বিৰচিত কুণ্ডীল নগৰ। বৰ যাত্ৰী গনে পাইলা দ্বাৰৰ বাহিৰ। - 8