পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ ব্রহ্মবৈবর্ত পুৰাণ Deb বৈৱত যে ৰাজা সাৰ। তান কন্যা জাতিস্কাৰ । নামত ৰেী সান্তি। লক্ষীৰ সদৃশ কান্তি ॥ ৩৫ • ব্ৰহ্মাৰ আজ্ঞাত আইলা। দ্বাৰকাক ৰাজা পাই । কন্যাক দিবাক প্রতি। আইল। পাকা কৰি মতি। ৩৫১ বলােক দিবাক প্রতি। কন্যা অতি ৰুপৱতী । সুথিৰ জৌন সতী। সকালে যুবা মী। ৩৫২ মূল্য ৰতন সাৰ। গাত্র শোভে অলঙ্কাৰ । তিনিও লােকত নাই। শােতে অতি মই কাই ॥ ৩৫৩ বলে দিল অনি। কাৰত্ন মহামনি ।। ৰামক কৰিয়া মা। বাজ। কৰি সম্প্রদান। 68 কন্যা দিয়। •ৰপতি। কৌতুক লভিল। অতি । বলভদ্র মহামতি। ৰত্ন পন্য। লভি অতি ।। OR কন্যাৰ বয়স ।। সপ্ত বিংশ যুগ লৈ।। হেনয় কন্যাক দিল। বলভদ্রে বিত। কৈলা। বিধিৱতে দান কৰি। প্রনাম কৰিলা পৰি ॥ পাছে মহা ৰাজা মানি। যৌতুক দিল আনি। তিনিলক্ষ গজেন্দ্র। তিনিলক্ষ থােক। একলক্ষ ৰথ সাৰ। দাসী লক্ষ জাতিস্কৰ গাত্র ৰত্ম লঙ্কাৰ। বৰক দিল আৰ। মনিলক্ষ সমর্পিলা। ৰথা ৰাজা দিল। এককোটি সুবর্ণ। দিল। ৰজা ৰুচিকর।' তাগ্নি শুদ্ধ বস্ত্র চয়। তাৰ দিল। মহাশয়। ৰামুক্তা লক্ষ দিল। লক্ষ মানিককে। দিল।।। ৩৬০ কনা। লাগ ৰাজ। সং: দাস দিল অপর্য ন্ত । আনে। নানা দ্রব্য দিল। ব৷ে পাৱে সমলিলা । বলভদ্র কন্য। পাই আনন্দৰ সীমা নাই । 1 সুমঙ্গল আচে যত। কৰিলন্ত বিবাহত ।। বিহ। যেবে ভৈল সঙ্গ। কৰিলন্ত সাঙ্গো পায়। দৈৱকা ৰোহিনী সতি। জসোদা অদিতি দৃতি। আনে কন্যা গনে আসি। মঙ্গল কৰিলা হাসি। উকলিৰ ঘনে ঘনে। দিল কৌতুক মনে। ৩৬৪ সভা মাঝে দেৱতাৰ। কন্যা দিশা আপুনাৰ।