ব্রহ্মবৈবর্ত পুৰাণ। con দৱমুনি ৰাজা জ্ঞতি বৃর্গবন্ধুগন । ভট্টভিক্ষুককে। ৰাজা কৰইলা ভােজন ॥ ৩৩৪ যুক আনিয়া ৰাজা সুবেশ কইল। তিনিলােকে দুল্লভ ভুষন অনি দিল। মাছে ক্ষ ৰাজ। যাতাক কৰাইলা। বেদমন্ত্র. পঢ়ি ঋষিগনে পুপ দিল। ৩৩৫ সেহি লাে ৰথে চfৰ ব্ৰহ্ম। আসন্ত। সৰিীয়ে তন লগে প্রকাশ কৰক। ৰখে চৰি দুৰ্গ। সমে আসিলন্ত হৰ। গনেশ অনন্ত পমে অগ্নি দিবাকৰ । কর্তিক আসি সচিসমে পুৰন্দৰ। কুৰে পান বায়ু আসি। সন্ত। যদি গ্ন গদি কৰি দিগপালগন। • কে টি দেৱ লগে আসিল। খেন । ৩৩। অ{4, নিকোটি দেৱগন আসিল। পক্ষ বান্দ্র অসি. গক লৈ। ৰ। গগ•• মাঝে উগ্রসেন কাশয় । নক্ষ এৰ মাঝে যেন চন্দ্ৰৰ উদয় । কুলি নগৰ যাই সমুখ ভৈল। ৰৰ বিৰুনে বলঐ তাসিলন্ত । বসুদেৱ উদ্ধৱ ৰ বীৰবৰ। সতাকী সহিত যদু বীৰ নিৰন্তৰ । নন্দ সমে আসিকে যত গােপন । পুত্র সমে ধৃতৰাষ্ট আইলা দুর্যে। ধন । লিম দ্রোন কর্ম অসুস্থ মা মহাবলী। কপাচ্য সর্বনিয়াে আনিলন্ত চলি ॥ ৩২০ তিনি কোটি ভট্ট শত কোটি যে ব্রাহ্মন ! বিবাহ চাহিতে গাইল। আনন্দিত মন । সন্যাসী যে যীতু ব্ৰহ্মচাৰী নিৰন্তৰ । তৃতিয় হাজাৰ আইন দ্বাৰকা নগৰ ॥ ৩৪১ জিত ক্ৰাদ্ধ অৱধৃত আইলা সেহি থান। পাদুক বাহক আইলা হাজাৰ প্রমাণ। পুষ্প মাল্যকাৰী আইলা হাজাৰ সংক্ষাত। নানা চিত্ৰকাৰ সি ভৈলা সিবেলাত ॥ ৩৪১ দ। সমে লক্ষক বাদক আসিলন্ত। নক। এক লক্ষ তথা মিলিল। গন্ধৰ্ব্ব গয়ন লক্ষ থাকে আসিলা। নৃত্য গীত কৰি সবে কৃষক তুসিলা ॥ ৩৪৩ সেহি কল্পে আসিচিল। দুই মুনিবৰ। উপ যে বহন নাম ৰাজাগন্ধৰ্বৰ । পঞ্চাশ কামিনী মাঝে দুই মুনিবৰ । গন্ধৰ ৰুপ ধৰি হাসিল। সত্বৰ ॥ ৩৭৪ লক্ষ বিদ্যাধৰী লক্ষ অস্পৰাগন । কিঃৰীৰ তিনিলক্ষ অসিলা তখন। ব্রহ্মবৈৰ্ত্তৰ পদ হাতি মনােহৰ। শ্রীকৃষ্ণ খণ্ডৰ কথা মহা পুৰাণৰ ॥ ৩৪৫ চতুৰ অধিক শত অধ্যায় শোভন। কৃৰ চৰিত্ৰ শুনিয়ােক সাধুগন ॥ মোৰ পদ বুলি নকৰিব। তহেঙ্গা। নিস্তাৰ কৰিবে ইতো মনৰ বেল।। ৩৪৬ মনুষ্যৰ কৃত্য বুলি মানাহ। যদ্যাপি। কৃষৰ চৰত্রে মিশ্র হুয়াছে তথাপি । সমুদ্র সদৃশ সাস্ত্র ব্রহ্মবৈবর্ত্তৰ। পৰমানু তুল্য মোৰ এহি পটন্তৰ ॥ ৩১৭ অৰ্থক নুবুঝে। আমি পৰম গম্ভিব। কৃষৰ চৰিত শুনি মন কৰা থিৰ । বলোৰাম দ্বিজে বােলে এহি মুক্ষ্য কাম। পাতক চাড়োক ডাকি বােল। ৰাম ৰাম ॥ ৩৪৮ ob ৩৯ শ্রীবলােৰামৰ লগত ৰেৱতীৰ বিবাহ। বুৰি। নাৰায়ণ মহামানি। নাৰদক ববলৈ বানি। শুন আত অনন্ত। যেন কথা মনোহৰ। ৩৪৯
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৩১
অৱয়ব