পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ ব্রহ্মবৈবর্ত পুৰাণ ৭৪ দিন। পাচে বসােদ্বাৰ ঘূতে সাতবাৰ দিল। পুত্ৰৰ কল্যান হেতু বহু কৰি মান। পাচে বসুদেৱে বৃদ্ধি শ্রাদ্ধক কৰিলা ॥ ৭২ নানা ৰত্ন মনি সুবর্ণক দিল দান ॥ ৮০ কুণ্ডি সহিতে হােম যজ্ঞ অৰম্ভিলা। মুকুতা মানিক হিৰ। ৰজত অপাৰ। অগ্ৰে ৰামকৃষ দুইকে। যজ্ঞ সুত্র দিল। অমৃত সমান তন্ন দিল। জাতিস্কাৰ ।। তাতছে আলিপনি গুৰু মহাশয়। ভিক্ষুক সার্সী ভট্ট ব্রাহ্মনক লাগি দুই ভাইক গায়ত্রি শিকাইল যেন হয় । ৭৩ সমস্তক দিল। বসুদেৱে মহা ভাগি। ৮১ প্রথমে পার্বতী দেবী ভিক্ষা আনি দিল। মহোৎসব বেদপাঠ অনেক কই। ৰাম কৃষ্যে সিতো ভিক্ষা গ্রহন কৰিলা । হৰিৰ মঙ্গ। নাম তাঙ্কে। পঢ়াইলা । হিৰা সাৰ বিনির্মিত ৰত্ন পাত্ৰৰে। ব্রাহ্মণ ভোজন কৰিলন্ত যত্ন কৰি। মুকুতা মানিক হিৰ পাত্ৰৰ উপৰে। জ্ঞ।তি বন্ধু বান্ধবকে কৰিল। সাদ | ৮২ পুর্বে পিতৃগনে পাত্র পার্বতীক দিল। মুকুতা মাণিক্য ৰত্ন সস্ত্র তলঙ্কা। সেহি ভিক্ষা পাত্র দেৱী কৃত অর্পিলা। সমস্তকে দিন। দান কৰি সৰকাৰ । শুভাশীষ মে মনে সুবণকে দিল। শেবে । শুভকস্ম জজ সমপত। কৃষক আশ্বাস দেবী নমপে চাহি।। ৭৫ জসেদ। সহিত নন fল ভৈ। ৮ : তাত পাচে সচীদেৱী ভিক্ষাক ৰাম বৃষ দুই ভাই কেল! কৰিব। নানা ৰত্নময় ভিক্ষা দুই ভায়ে লৈল : পুৰু পৰু চুম্বনক মুখ পদ্ম দিয! | ভাৰ্য। পৱনৰ কুবেৰৰ। নই। শংকে সেদ। সহি নাই অগ্নি ভাৰ্যা সাহা দেৱী ৰুহিনী চন্দ্ৰৰ । ৭৬ উচ্চ কৰি কান্তি বর্ণ! ৮০ সূৰ্যৰ কামিনীসজ্ঞ। কামৰ যে ৰতি। সোহবে৷ কৃষ্ণু দেরে অশ্বাস করি। তানো দেৱ ভাৰ্য)।চয় দেৱী বসুমতী। ন নাবিধ বোধ জ্ঞানে দুহাঙ্কে। বঝাই।। দেৱকন্যা ৰাজক ন্য। নগকন্যা চয়। কৃয় নিগদত গত নন্দ মহাশয়। সমস্তে দিলন্ত ভিক্ষা লেল। কৃপাময় । ৭৭ কনো সঙ্গ যোগ কৰে ভেদকে। কয়। ৮৫ প্রতেকে দিলন্ত ভিক্ষ। ৰতনে ভূষিত। মাতৃৰ সমন্ধি পিতৃ জ্ঞান মহাশয়। বলভদ্র সমে কৃষ্ণুে লৈল ত্বৰিত। ! সমস্ত কহিব। গৈয়া জ্ঞানৰ নিম্নয় । কিছু ভিক্ষা দিলা গর্গঋষিক দুই ভাই। চিৰকালে হৈব। তুমি মোৰে দৰ্শণ। কিছু ভিক্ষা দিল। সংণ্ডিপনিক সিঠাই। ৭৮ জ্ঞানক লভিয়া মোক চিন্তা অনুক্ষন ॥ ৮৬ বৈদিক কৰ্ম্মক কৰি পাচে বসুদেৱ । নেয় বোধক দিয়া দেৱ নাৰায়ণ। গর্গক দক্ষিণা দিল। তা কৰি সেৱ। বসুদেৱ সভাক লৈ তেতিক্ষন ॥ দেৱতা সৱক ভুঞ্জাইলন্ত নিৰন্তৰ । বসুদেৱ অজ্ঞ লেয়া ৰাম 'যদুপতি। ব্রাহ্মন ভুঞ্জাইল, কৰি সাদৰ। ৭৯ ১ দিপানি ঋষিৰ গৃহক কৈলা গতি ॥ ৮৭ দেৱ মুনি সমস্তক দক্ষিণা দিল। বসুদেৱ দৈবকীক কৰি সম্ভাষন। আশীর্বাদ কৰি সবে গৃহক গৈল। নন্দ যশােদাক বুলি বিনয় বচন। বৰুনৰ