ব্রহ্মবৈবর্ত পুৰাণ। অনলায়। ৫৯ দিহীৰ দেহাত তুমি প্লাক। সর্বদাই । তথাপি দেহাৰ ধৰ্ম্মে নিলিপে সদাই। ৫৬ কাৰ্য কাৰণৰ সাক্ষী ৰূপ- শুন্য। কিমতে কৰিবে। তুতি ব্যাপক নিগুণ। জীন বদতি নাৰ কিবা জানো আমি। কোটি কোটি ব্ৰহ্মাৰ ইশ তুমি স্বামি। ৫৭ বহুতৰ সুখ দিয়া তুমি নাৰায়ণ। জ্ঞানক নেদেহা কনে কৰিবা সুবন । দেৱগন বদতি শুনিয়ে যদুপতি। তুতি কৰিবক সক্তি নোহে প্রজাপতি। ৫৮ সক্তি নোহে তুতি কৰিবাক সদাশির। কেন মতে তুতি আমি কৰে। গরি । তুতি কৰিৰাক নপৰয সৰস্বতী। নপৰয় কৰিৰীক তুতি। আমি হল্প দেৱ চয় এভু যদুপতি। তুতিৰ তাম আমি কেন কৰে। তৃত। মু•ীন্দ্রবদতি প্রভু শুনা যদুপতি। বেদগনে নানয় তযু লীলা গতি। বেদে তুছি কৰিবাক নপৰয় যাক । নিৰাকাৰ পৰমব্রহ্ম বোলয় তোমাক । অানো নানা দেৱ মুনি তুতিক কৰিল । বাহুল্যক ডৰে আমি তাক নিলিথিল ॥ ৬১ দেৱমুনি কৃতা মহা পুন্য এহিস্তৱ । ভুক্তি ভাৱে যিতো পঢ়ে নাহি তাৰ ভয়। পুজাকালে স্থিতা পঢ় হুয়া সাহিত। ইলাকে সুখ ভুঞ্জি গোলােকত থিত । মহাজ্ঞান লভি নিতে। ৰত্ব জানে চড়ি। ইশ্বৰ কৃপা গােলেক যায় লড়ি । ব্রহ্মবৈবর্ত্তৰ কথা মহা পুৰাণৰ। শতয়ায়ৰ পদ তি মনােহৰ । ৬ নন্দ অঙ্গিনে শোতে মণ্ডল অকাৰ। কৰি চন্দনে শােতে দেখি ঝাতিস্কাৰ। স্যামল শৰীৰে শোভা কৰে পিবাস। সজ্জল মেঘ যেন বিজুলি প্রকাশ ॥ ৬৭ মেঘহ যেহেন বক ভক্তিৰ উদয়। মালতিৰ মাল্য সেহিমতে প্রশয় । মেঘ চম মৃগঙ্কৰ যেন শোভনয়। কৃষৰ গগত দের গন সেহি নয় | ৬? দ্বিভুজ শ্যামলপ অতি মনোহৰ। তাল্পহাস্য সুপ্রসন্ন মুখ ৰুচিৰ । ভক্তৰ কপায়ে দহ। ধৰ। নাৰায়ণ। বড়ুন কেয়ুৰ শাভে ৰত্নৰ ব ঙ্কন ৬৬ ৰৰ নুপুৰ পাৰে কৰয় ৰঞ্জিত । নানা বিধ তালঙ্ক'ৰে দেহত শোভিত ; বসুদেৱে দুই 'ইক কোলেতুলি লৈ। পিতৃৰ আগত দুয়ো প্রকাশ কৰিলা : ৬৭ যেবে ভৈল শুভলগ্ন কাল মনােৰম । সেছিল, শুভ গ্রহ দেখিলা উত্তম। সহিক লে গ্রাধি লগ্নে ভৈলা ণিতি। পাপগ্রহ নেদেখিল লগ্নক তহিতি। ৬৮ আনে। শুভকাল যেৰে ভৈল উত। শুভ বৰ্ম্ম আৰম্ভ সেহি সময়ত । দের বিও অনুজ্ঞা কৰিয়া কৰি সেৱ । স্বস্তি বাচক শৰ্ম্ম কৰি সুদেৱ । ৬৯ .দরমুন পোহৰোহিত নাম সাবধান। শতেক সুবণ ব্রাহ্মণ কৰি দান ॥ গনেশ দিশে অগ্নি সুৰ্য্য মহাদেৱ। দুর্গসমে পুজিস্ত পাচে বসুদেৱ। ৭০ দেৱৰ সভত বসু সাক্ষাতে পুজিল। ভক্তিকৰি সােড়ষ প্ৰচাৰ দ্ৰব্য দিল। বেদ মন্ত্রে পুত্র দু'ৰা অধিবাস কৰি। দিগপাল নৱগ্ৰহ পুঞ্জিল। সাদৰি । ৭১' ষোড়শ মাতৃক পূজিলন্ত বহুতৰ। পঞ্চ উপচাৰ দিল। কবিয়া বাদৰ ।
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৩
অৱয়ব