ব্রহ্মবৈবর্ত পুৰাণ হৃদয় ব্যাকুল নন্দ ঘসোদা সহিতি। গােকুলে যাইৰাক পাচে কৰিলন্ত চিত্তি। ৮৮ সেহি সময়ত বসুদেৱ মহামানি। মনি মুক্তা মানিক্য সুবর্ণ দিলে আনি। তাহি শুদ্ধ বস্ত্র হিৰ। ৰত্ন আদি কৰি। নন্দ সোজাক বসু দিলন্ত সাদৰি । ৮৯ শত অস্বগজেন্দ্র সুবর্ণ ৰথ সাৰ। বসুদেৱে জানো দ্রব্য দিল অপাৰ । অক্ৰুৰ উদ্ধৱ আদি কৰি বন্ধু গনে। নানা দুল্য ধন ৰত্ন দিলা ৰঙ্গ মনে। ৯০ ৰদেৱ ৰ উদ্ধৱ মহামন্ত। দেবকী এহিত নাৰীগন চলি। মন্দ যশোদাক গঢ়ি সব গৈল!। মনত বিষাদে কতো দুৰে গৈয়া বৈলা। নন্দ যে যসোদা গােল গােপী নিৰন্থৰ । কালিন্দী নিকট পায়। কান্দিল। বিস্তৰ। সবেয়ে। পসিল গৈয়া গােকুল নগৰ। কৃযাক ন্তিয়া বৈলা কাতি শােক কৰি ॥৯২ পূ কে কুন্তীদেবি সবে বিয়াকুল। বসুদেৱে মনি ৰত্ন দিলন্ত বিপুল। আপোনাৰ স্থানে চলি গৈলা কুন্তীসত। মহেৎসৱ জ জ্ঞ যেৰে লৈ। সমাপতি। ৯৩ ব্রহ্মবৈবর্ত পদ ৷ ক খণ্ডৰ। উপনয়নৰ কথা আতি মনোহৰ। একাধিক শত অধ্যায়ৰ মনােৰম ইহাক শুনিয়া পাইবা গোলোক উত্তম । ৯৪ নিৰন্তৰে মুৰে নৰে মৰি আন কম। সংসাৰ তৰব। যেৰে বা ৰামৰাম । সান্দিপনিৰ আশ্ৰমত শ্রীকৃষ্ণ বলােৰামৰ বিদ্যা শিক্ষা। পদ। নাৰায়ণ বদতি নাৰদ মুনিবৰ। কতো আৰে। কৃষকথা শুনা আপ। ৰাম কৃষ্ণ সান্দিপনি গৃহক চলিল।। সন্দিপনি তানভীৰ্যা দুহাঙ্কে। নমিল। রত্নগনি দিয়া দুইহাকে। প্রনামিল। দুয়ো ভাইক মান্দিপনি আশীর্বাদ দিলা ॥ ৯৬ গুৰুক প্রনামি পচে দেৱ নাৰায়ণ। বিনয় পুৰক কৰি বুলিল। বচন । বিদ্যা লভিবাক মনে আইলো মহামতি। বাঞ্চিত বিদ্যা দান কৰিও সম্প্রতি ॥ ৯৭ যেবে বিদ্যা ভিক্ষা কৰিলন্ত যদুপতি। পৰম আনন্দে ঋষি কৰিলন্ত তুতি। মান্দিপনি নিগদতি তুমি নিৰাকাৰ। পৰমাত্মা পৰহ্ম ধৰিছা সংকাৰ। ৯৮ পৰন্ধাম পৰমীশ সমস্ততে পৰ। মোহৰ সমন্ধি তুষ্ট হুয়ো মহেশ্বৰ। পুন পুৰুষ শ্রেষ্ঠ পুৰুষ উত্তম। তোমাক ভজনে নাহি কয় পুনু জন্ম ॥ ৯৯ নিৰাকাৰ নিৰিহ নিওন নাৰায়ণ। স্বেচ্ছাময় জ্যোতিৰূপ তুমি নিৰঞ্জন। ভক্তৰ কাৰণে দেহ তযু বিৰন । ভক্ত কাঞ্ছা কল্পতৰু দৈবকী নন্দন। মায়াকৰি বালৰূপ ধৰিছা এখন। ব্ৰহ্মাহৰ অনন্তেয়ো কয় বন্দন।। ভুমি ভাৰ কৰিাক দেৰ নাৰায়ন। ইতো ৰূপ ধৰি অাঁচা জগত কাৰণ। ১০১ দ্বিভূজ মুকলি হাতে স্যামল সুন্দৰ। চন্দনে লিপিত সৰ্ব্ব অঙ্গ মনোহৰ।
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৫
অৱয়ব