পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ ১১১ জাৰ আজ্ঞ। বহি থাকে সপত সাগৰ। গৃহ মুনি সুৰ সুৰে বহে নিৰন্তৰ। কালবেজে মহাকাল ইস সংসাৰৰ। শ্রেষ্টাৰোপৰম শ্রেষ্ট। জগত ইশ্বৰ ॥১৬৬ কোন সম্পত্তিত তাৰু হৈবে। বিস্মৰন। মোৰে ইৰ কৃষে নিমজিল মন । তিতে বােধে বুজাইবে পাৰিবে বুধগন। কৃষক ভেদত নাহি ইতিনি ভুবন ॥১০৬৭ মােহোক বুজাইতে সক্ত নোহে সৰস্বতি। বেদগনো সক্ত নাহে নোহয় সাবিত্রি । পেদ অঙ্গে মেহোক বুজাইবে পায়। কেমনে বুঝাইবে মােক সুৰ সন্ত চয় ১০৬৮ বেদৰ জনক বিধি গনেস 'অনন্ত। শিৱ আদি কৰি বিশ্বে তিছে জত সন্ত । সমস্তে বুঝাইবে বাপ মােক নপিৰয়। সুন্য পথে কোনে গতি কৰিব পৰয় ॥ ১৫৬৯ কাল সাধ্য সুখ দুখ সুভাশুভ জত। দুর্নিবাৰ কাল সাধ্য জানা স্বৰুপত। উঠা বাপ মুখে তুমি মথুৰাক জায়ে।। ইথানৰ পৰা গৈয়া কৃষক দেখিয়ে ১০৭০ চিৰকাল থাকি ঐত পায়। আচা দুখ। পুন্ন চন্দ্র মুখ দেখি লভিবাহা সুখ জন্ম মৃত্যু জড়া ব্যাধি হৱে জিতো দুখ। জিতে। সুখ নিৰেখিয়া লভ। বাপ মুখ। ১০৭১ ৰাধাৰ বচন শুনি উদ্ধৱ মহন্ত। ৰাধিকা সহিতে উচ্ছ কৰি কালিন্ত । উদ্ধৱৰ বিযেগত অগনি উধাই। ৰাধাৰো বিযােগ উদ্ধৱৰ সেহি প্রাই॥ ০৭২ ব্ৰহ্ম বৈবর্ত পদ শ্ৰীয় খণ্ডৰ। নাৰায়ন নাদ সাদ মনোহ। পঞ্চম নবতি অধ্যায়জে মনোৰম। বাধা উদ্ধৱৰ কথা আতি নিৰুপম। ১০৭৩ কৃষ্ণ কথা শুনি কৰ পাতেক নির্জন। ৰাধা কৃষ্ণ নাম লোৱা নাহিকয় আন। ৰাধা কৃষ্ণ নাম লৈলে সংসাৰ নিৰি। নামক স্মৰিলে পাইবা গােলােক নগৰি ॥১০৭৪ ঝুমুৰি নাৰায়ন মহামানি। নাৰদক বোলে বনি। ৰাধিকাৰ সুনি বানি। মহন্ত উদ্ধৱ জানি। মনত স্মৰিয়া হৰি। জাইবে খোজে মধুপুৰি ৰাধিকাৰ পাদ দুই। সিৰত তুলিয়া লৈই। ১০৭৫ পুলকিত ভৈল মু। তান মন নোহে বিৰ। ৰাধাৰ বিশ্লোগে দুখ । মলিন ভৈলন্ত মুখ। প্রনামিলা পৰি পৰি। সেধিবেলা বোলে বানি। ৰাধিকাৰ সােকে আতি। কান্দিয়া মাধবি সতি ॥ ১৭৬ প্ৰেমত বিহ্বল হয়। মাধবি বােলন্ত গৈয়া ।