পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১০ ব্রহ্মবৈৱৰ্ত্ত পুৰাণ আত্মাবিনে দেহ জেন নিস্ফল হােৱয়। এহি মত মােৰ বাপ জানিবা নিশ্চয়। সুপ্রীতি সৌভাগ্যৱতি নবিন গৌৰৱ । দু ৰহস্য প্রেম সঙ্গ উদ্ধৱ ১০৫০ সমস্তকে স্মৰি মই থাকো সমুদাই। মােহােৰ মনত বাপ তান জ্ঞান নাই । ৰাত্ৰি নিদ্রা এড়ি আমি স্মৰেহে। সতত। স্মৰনত সোক বাঢ়ে বিজ্ঞান দেহত ।১০৫১ সােক সাগৰত তল গৈলো সমুদায়। মােহােক উদ্ধাৰ কৰা কৃষক দেখাই। জিঙ্ক নির্ভয় দান জিতোজনে কৰে। তীর্থ স্নান ফলপাই জানা সিনেৰে ॥১০৫২ কৃষৰ চৰণ পদ্মো চিন্তি অনুক্ষণ। বুঝাইবে নপৰে। মােৰ দুন্নিবাৰ মন । কৃয় গুণ মহিমা সুপ্রীতি নিৰন্তৰ। তান স্নেহ মােৰ ভাগ্য প্ৰেমৰ সাগৰ ॥১৫৩ স্মৰি স্মৰি মন মােৰ বিৰ মুহিকয় । মোৰ মন দুস্থ কথা কোনো জানয় । জগত যুবতি মধ্যে হেন দুস্থ কাৰ। কয় ভেদে দুস্থ কোনে সহিবেক অৰ।১০৫৪ মেত পৰে ইতে। দুখ নাহিকে আনত। কিচে। মনে দুস্থ সীতা লভিছে পুর্বিত। মােত বিনে দুখিনি নাহিকে জগতত। মােৰ মান দুস্থ কথা বুজে কেনমত ॥: ০৫ যুবতি গনৰ মধ্যে নাহি মোৰ সম। অভাগি দুখিনি বাপ মঞি নিৰুপম ৰাধিকা সমান নাই ভুত ভবিষ্যতি । স্বামিৰ বিষোগে তপ্ত আতি দুস্থৱতি ॥১০৫৬ কল্প বৃক্ষ সম স্বামি জগতৰে পতি। কত পুন্যে লভিলেহে৷ মই মলমতি। হাতে দিয়া বঞ্চিলেক বিধাতা নির্দয় । পাপিষ্টিক এড়ি গৈল। কৃষ্ণ কৃপাময়। ১৫৭ জাৰ পদ পদ্ম মুখ চন্দ্রক সন। জনম সাফল চক্ষু ফল জিন। জাৰ নাম শ্রুতি মাত্রে যেৰ প্ৰান গন। আত্মাগনে হ’ পাৱে জান তামুক্ষন ॥১০৫৮ জাৰ স্পৰ্শ ৰাতিকালে তিনি ভুবন। সম্পত্তিক লভে মঞি জানা নিৰবড়। কোন সম্পত্তি বাপ হেন ইশ্বৰক। বিস্মৰন হৈবো মঞি কিমকে কৃষক ॥১০৫৯ ত্রৈলোক্য বিজয় অতি প গুন জাৰ। আপােনে নির্মিচে বাপ কপ আপােনাৰ । বিধাতাকে। নিৰ্ম্মি জিতোদিয়াচে সম্পত্তি। বল্পবৃক্ষ সম সান্ত দেৱ লক্ষি পতি ॥১০৬০ কোন সম্পত্তিয়ে বাপ ইহেন স্বামিক। কেনমতে পসাবা প্রানতো অধিক + জাৰৰুপ গুনে সম নাহিকে বিস্বত। কোটি কামদেবে। জাৰ নথকে আগত ॥১০৬১ ব্রহ্মা ৰ অনা কৰয় জাক সেৱ। কোন সম্পত্তিয়ে পাসৰিবে। হেন দেৱ । স্বপ্ন দেখিৰ জৰ ৰুপ মনোহৰ । সমস্তকে তেজি চিন্তে জিতে। মুনিবড় ॥১০৬২ পর্বলতা মলিন হোৱে জসগুনে জাৰ। ওস্থ কাষ্ঠে। দ্রব হৱে গুনত আহাৰ । জাৰ গুনে মৃত্যু বৃক্ষে। হৱে অঙ্কুরিত । জান গুনে মহাৰায় হোৱয়ু তম্ভিত ॥ ৬৩ কোন সম্পত্তি এ পুত্র হেন ইশ্বৰক। পাসৰিবে। কেনমতে স্ব স্বামি কৃষক। জাৰ ভয়ে বায়ু সদা বহিয়া থাকয়। জাৰ ভয়ে সুৰ্য্যে নিতে তাপক কৰয় ১০৬৪ জাক ভয়ে ইন্দ্ৰদেৱে বৃষ্টি কৰয়। জাৰ ভয়ে ‘অগিদেৱে সদায়ে পোয়। জাৰ ভয়ে মৃত্যু জন্তু গনক মায়। ভয়ে বৃক্ষ' সবে। পুষ্প ফলকো ধৰয় ॥১৩৬৫