পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ ব্রহ্মবৈৱৰ্ত্ত পুৰাণ। সুনা বাপু মধু বিৰ। নিগুঢ় পৰম জ্ঞান। জিব জ্ঞান বাঞ্চা চাই। সুদুল্লভ পুৰানৰ। ৰাধিকাৰ পায়া লাগ। ত্রিজগতে মাতৃ ৰাই । মাধবিৰ বাক্য শুনি। সভাৰ মৰ্য্যত বিৰ। সুমধুৰ কৰি বানি। ৰাধা দেবি ভগৱানি। জগত ইশ্বৰ ৰাই। দ্বিজ বলােৰামে ভনে। মুখে তযু গুন নাম । ভযু পাৱে মােৰ মতি। সংসাৰ তৰনি নাম ॥ ক্ষেনেক হুয়ােক থিৰ। যথোচিত কৰি মন। তাকে লৈয়াে সমুদাই ॥ ১০৭৭ গেপিনি অঙ্গ সেদৰ। প্রশ্ন কৰা মহা ভাগ। জ্ঞান লৈয়ো তান ঠাই । উদ্ধৱে মাতিলা গুনি ১০৭৮ মনক কৰিয়ে স্থিৰ। বুলিল। উদ্ধৱ জানি । মেহোৰ শুনিয়ে বানি। জ্ঞান কৈয়ো সমুদাই ॥১০৭৯ মোৰ মন নাৰায়নে। সদা এ চাৰিয়া কাম। তুমিসি মোহোৰগতি । সদ। বোলা ৰাম ৰাম ॥ ১০৮ উদ্ধৱ বদতি। পদ। একলে আসিলো মঞি জাইবোহে একল। কৰ্ম্ম অনুসৰি প্রানি ভুঞ্জে কর্ম ফল। কৰ্ম্মেসে হোৱয় জাত কৰ্ম্মে লয় হই। সুখ দুখ ভয় ােেক কৰ্ম্মেসে লভই ॥১০৮১ ভােগ অৱসানে জিৱ ভ্রমে সংসাৰত। পুনু কৰ্ম্ম ভােগে আসে জাই সৰুপত। আঙ ঠিক আদিকৰি জত ৰত্ন গন। মােহােক আনিয়া দিল। অমুল্য ভুসন। ১০৮২ তবু দত্ত ৰত্ন গন মাতৃ স্বৰুপত। নজাইবে অৱশ্যে সতি মোহোৰ লগত । লগতে নাইবে জিতে। ইতে। ৰত্নগন। সেহি ৰত্ন গনে মোৰ কিবা প্রয়ােজন ॥১০৮৩ সংসাৰ সাগৰে নৌকা তুমি ৰাধা সতি। কর্ম পৰা সমস্তৰ কুণ চুপতি। ভকতক কৰা কৃপা দেবি ভগৱতি। তোমাৰ চৰনে মাত্র বৌক মোৰ মতি ॥১০৮৪ সংসাৰ সাগৰে পৰি হঞ জেন অৰ। কিছু জ্ঞান দিয়া মােক কৰিয়াে উদ্ধ। তোমাৰ প্ৰসাদ লাভ মথুৰাক জাইবো। তােমাৰ প্ৰসাদে কৃষ সমিপক পাইবা ১০৮৫ জেন জেন কাল গতি দেৱ মনুষ্যৰ। পিতৃ লােকে জেন গতি ব্ৰহ্মাৰ লোকৰ। ব্ৰহ্ম লােক উর্দ্ধে জেনমত কালগতি। মােক কৃপা কৰি কহিয়ােক বাধা সতি ॥১০৮৬ দুঘোৰ দুস্তৰ মায়া জেন মতে তৰি। হেনর উপায় মাৱ দিয়ে সি কৰি।