পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৮ ব্রহ্মবৈৱৰ্ত্ত সীতাৰ জননী ন্য। মহা পতিব্রতা। মহা যোগি জনকৰ ভাৰ্য। হোৱা ধন্য।। অযােনী সম্ভৱ। সীতা মাতৃ সমন্নিতা ॥১১৮ মহা লক্ষি সীতা দেবী লাভবাহ। কন্যা।১০১৬ হিমালয় ভর্শি। মেনাৱতি পতিব্রতা। বৃক ভানু বৈশ্য জিতে। যোগিৰ প্ৰবৰ। অযোনি সম্ভব। মেনা তাহান দুহিত। দু'সাৰ সীস্য ৰুপৱন্ত মনোৰ। মাতৃ সমে দুর্গা দেবি অযানি সম্ভব। তান ভাষা হৈ তুমি দেবী কলাতী। বৃ ভানু ভাৰ্য। মই উদ্ধৱ জানিবা ১০১৯ দ্বাপৰ যুগৰ অন্তে গোকুলত ষতি। ১০২৭ ৰাধি কাব মাতৃ আমি অযোনি সম্ভৱ।। সুদামৰ সাপে বাধা দেৰি সুৰেশ্বৰ। অযোনি সম্ভৱ ৰধা জানিবা উদ্ধৱ । কলাৱতি সুতা নাম থাকিবেক ধৰি। বৃক ভানু সুতা হুয়া ৰাধিক। আচয়। ভুভাৰ সংৰ কৰিবাক দেৱহৰি। জগত ইশ্বৰি ৰাধা লোকে নানয়॥১০২০ পৃথিৰীক আসিবেক পুন্য লিলা কৰি।১০২৮ দাম প ধ ভুমিক আসিল। বৃ ভানু ৰসমে কলাৱকি সতি। ৰাধিক। সমান নাহিকয় পুসি। জিৱ মুক্ত হুয়া জাইব গোলাকক প্রতি। হিনিয়ে ভগিনি আমি সনত সপত। সীতা সমে ধন্য। নাৰি বৈকুণ্ঠক জাইন। পৃথিবিক আসি আচে। জানা স্বৰুপত । ১০২ পার্বতীক স্যৰি মৈনা বৈকুণ্ঠে পসিব।১২৯ পুবে আমি গৈলো খিৰ সাগৰক প্রতি। তিনিয়ো যাইবাহ। caths দেহে মুক্তহুয়া। তিনিও ভগিনি ভক্তি কৰি একমতি । কল্পৰ অন্তৰে বিষ্ণুলোক পাইবা গৈয়া। ক্ষিৰোদৰ তিৰে স্বেত দ্বিপ মনােৰ। লক্ষিমৰ সদৃস ভোগ চয়ক ভুঞ্জিবা। তাৰ তিৰে থাকে বিয়, জগত ইশ্বৰ ॥১০২২ মোৰ বড়ে বিষ লােকে সুখতে ৰহিব।।১০৩০ বিক দেখিবে গৈলে কৰি মনে সাৰ। বিপত্তি নভৈলে কাৰাে ভাল মুহিকয়। পথত দেখিগো আমি সনত কুমাৰ । পুর্বে দুস্থ গৈলে পৰে সুখক ভয় অভুথান নমস্কাৰ আমি নকৰিল । হেন বড় দিয়া গৈল সনত কুমৰ। ক্রেত কুমাৰে পাচে অংক সাপিল ॥১০২৩ আমি তিনি ভুমিক চলিয়া আচো আৰ॥১০৩১ সনত সদতি মুঢ়া ভৈলি তিনি নাৰি। তিব্র পুন্যে সনত কুমাৰ নিৰেখিলো। সেহি পুন্যে পিযুৰুপ তিনিয়ো দেখিলো । স্বৰ্গক নজাইবি পুনু মহা অহঙ্কাৰি কৰ্ম্মক্ষয় ভৈলা কৃয় দসনে তামাৰ। তাহঙ্কাৰ হেতু থাকিবাহ। পৃথিবিত। কুমাৰৰ মুখে জ্ঞান লভিলেছে। তাৰ ১০৩২ মনুস্যৰ পৃয়া হুয়া ৰহিবা ভুমিত ॥: ২৪ নিগুন নিৰিহ কৃষ্ণু প্ৰকৃতিত পৰ। আমি পুনু তুতি নতি কৰিলে। বিস্তৰ। পৰমাত্মা নিৰঞ্জন জগত ঈশ্বৰ। পুনু তুস্ত হয়। দ্বিজে দিল। ইষ্ট বৰ। তুলসী দেবী। বিষু, তাংস হিমালয় জিতে। গিৰি বড়। এহিবুলি কলাৱতি মৌন হুয়া ৰৈল। তান ভাজেষ্ট। মেনা হোৱা ৰুচিকৰ।১০২। সেহিবে গোপিনি তুলসি কৈবে লৈল ॥১০৩৩ অযোনি সম্ভবা কন্যা লভিবা পার্বতী পঞ্চ প্রানে বিষ, সদা পৃথকে থাকয়। বিহা কৰিলন্ত সিৱে কন্য। কপৱতী'। মনত জে ব্ৰহ্মবুদ্ধি প্রকৃতি নিচ্ছয় ॥