পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ। ১০৭ অপােন ইছায়ে বিষ, হৰয় নিন। স্বকিয় ইস্বায়ে হৰি হােৱয় সগুন ॥১৩০২ ভুমি ভাৰ হৰিবাক গােপ ৰূপ ধৰি। সমস্তে দুইক বধি বক দেহৰি। পুৰাণ ভাৰত বেদ সিদ্ধ সন্ত চয়। ব্ৰহ্মাহর 'অনন্তে। জাহাক নজনিয় ॥১০০৩ গোপকন্যা লম্পটী বিমূঢ়। আমি নাৰি। কেনমতে জানিদেহে। মহ। তাহঙ্কাৰি। নিন ইশ্বৰ তান দেহ নাহিকয় । ভক্তৰ নিমিত্তে দেহ তথাপি ধৰয় ॥১০ ০৪ দেহৰ সম্বন্ধে ঘটে আক্ষেপ নিশ্বয়। ৰুপমৃঙ্গ জ্বলে আক্ষেপকে নঘটয। মোহোক নিদয় গোপি, নুবুঝি বচন। নজনিয় ইশ্বৰক এহি গোপিগন ॥১০০৫ গোপিৰ বচন শুনি উদ্ধব মহন্থ। ভক্তিত পুলক হুয়া বিহবল ভৈগন্ত। কক চিন্তিযা মনে ক্রন্দন কৰিলা। সিগচ্ছিত হয়। পাছে তথতে পৰিলা ॥১ ০০৬ ৰাধিকাৰ পাদ ৰেনু লভিবাক প্রতি। দুস্ক তপক কৰিলন্ত প্রজাপতি ॥১০১০ গােলোক বাসিনি ৰাধা কৃষ্ণু প্রান প্রিয়া। সুদাম সাপে কভানু সুতা হুয়া। আসিলন্ত পৃথিবিক জগত ইশৰি। কৃষ । ভক্তৰ মধ্যে নাফিজাক সৰি ॥০১১ ব্রহ্মা আদিকবি বিযু, ভক্ত আছে জত। ৰাধিকা গোপিৰ সম নোহে স্বৰুপত । দেড়শ ভাগৰ এক ভাগ নোহে সৰি। স্বৰুপে জানন্ত ভক্তি ৰাধ। সুৰেস্বৰি ॥১০১২ কৃযুৰ ভক্তিক জানে শিৱ মহেশ্বৰু। বাধা গোপ গোপি গননা জানে ৰিন্তৰ। গােলোকে নিবাস জিতো কৰিয়া আচয়। সেহি গোপ গোপিগনে ভক্তিক জনয় ॥১৫১৩ কিচোমান জনে ভক্তি সনত কুমাৰ। কিছুমান ব্রহ্মা জানে ভক্তিৰ বিচাৰ । কিচে। কিচে। কৰি ভক্তি জনে ভক্তচয়। সিদ্ধ মুনি গননা কিচে। জানিয়া আচয় ॥১•১৪ কৃত কৃত্য ভেলাে আমি গোকুলে আসিয়া। নিচঞ্চলা হৰি ভক্তি গোপিৰ দেখিয়া : মথ ৰা নজাইবোহে। সমিপ কৃষৰ। জন্ম জন্মে হৈবে। আমি গোপিৰ কিঙ্কৰ ॥১•১৫ গোপিকা জিমত ভক্তি কৃষত কৰয় । সেহিমত ভক্তি অ• কোনাে নানয় । অচৰ্য্য মানিয়া জোবে উদ্ধব আচত্ত। সেহিবো। কলাৱতি বাক্য বুলিলন্ত ॥১০১৬ উদ্ধৱৰ বিলাপ। গোপিকাৰ ভক্তি দেখি উদ্ধৱ মহন্ত। আপােনাক তুচ্ছ মানি বাক্য বুলি। উদ্ধৱ বদতি মুনা গােপি. নিৰন্তৰ। দ্বিপমধ্যে জম্বু দ্বিপ অতি পুন্যতৰ ।১০০৭ জাহাত ভাৰতবর্ষ আতি পুন্যতম। পুকৰি বানিজৰ বানিজ উত্তম। ভাৰতত পুষ কৰি সুভফল পাই। বৰ্ষত ভাৰত পুন্য জানা সমূদাই ১০০৮ গােপিকাৰ পদ ৰেনু লভিছে সতত। এতেকে পত্রি জানা বর্ষত ভাৰত ৷ তাতােকৰি পুৱতি গােপিকা সকল । নিতে ৰাধা পাদ পদ্ম সেবে অবিকল ॥১০০৯ পুৰ্বে ব্রহ্মা তপস্যা কৰি বিপৰত । সস্তি বর্ষ সহজে সাৱধান চিত। উদ্ধৱৰ প্ৰতি কলাৱতী। কৱতি বদতি উদ্ধৱ বিৰবড়। অামি তিনি জম্মি আচে। পিতৃৰ মনৰ। পিতৃৰ মনৰ হন্তে আমি তিনি কন্যা। তিনিয়ো ভগিনি মেন। কলাৱতি ধন্যা ॥১০১৭ কুমাৰ সাপত আমি ভ্রমে পৃথিবিত। জনকৰ পত্বি ধন্যা জানা স্বৰূপত ।