পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ ১০৯ জ্ঞানৰ স্বৰুপ সম্ভ পৌষ ধৰ্ম্মত। দ্বিজ বলােৰামে বোলে ইসে কথা সাৰ। গুনহিত পরমাত্মা সমন্তে ভুতত ॥১০৩৪ ৰাধা কৃষ্ণ বুলি হােৱা পাতক নিস্তাৰ ॥১০৪২ বিৰ কৰ্ম্মৰ সাখি পৰমাত্মা রুপ। সেহি পৰম কৃষ, জানিবা স্বৰুপ। শ্ৰীমতী ৰাধাৰ উক্তি। সুখ দুখ কৰ্ম্মফলে জিতো ভোগ কৰে। নাৰায়ন বদতি নাৰদ মহা জ্ঞানি। সেহি জিব প্রতিবিম্ব জানিব। কৃষৰে।১০৩৫ যৌন হুয়া বুলিলন্ত শুনি হেন বানি। চন্দ্ৰ সুৰ্য্য চক্ষুত জে জিহ্বা সৰস্বতি। উদ্ধৱৰ বানি শুনি ৰাধা ভগৱতি। বাহুত জে শােক পাল চৰ্ম্মে বসুমতি। চেতন লভিয়া স্থিৰ কৰিলন্ত মতি ॥১০৪৩ পড়িচাৰকজে রুপ জানি তাত্মাৰ। পঙ্ক সমস্যা এড়ি ৰত্নময় সিংহাসনে। জিৰ গৈলে সবে জাই মুহিকয় সাৰ॥১৩৩৬ বসিলন্ত ৰাধাসতি সােকাকুল মনে। জেন ৰজা গৈলে সভা খানে লগে জাই। সপ্তসখি গৰে স্বেত চামৰে ধাৰ তাত্মাৰ লগতে জানিবাহ। সেহি পাই । ঢুলিৰে লাগিল ৰাধিকাক ভক্তি কৰি ॥১০ ৪৪ সমস্তৰে অাত্মকৃষ দেব কৃপাময়। হৃদয় দগধ হুয়া ৰাধা সুৰেশ্ববি। ভক্তি কৰি সন্তসরে কৃষ্ণ সেৱয় ॥: ০৩৭ উদ্ধৱক বুলিলন্ত সুমধুৰ কৰি। কালিক। বদতি উদ্ধৱজ মহাবিৰ। ৰাধিকা বদতি বাপ মথুৰাক জাইবি। সাম্প্রতে মুচ্ছিত ৰাধ তুমি কৰা থিৰ । কৃষৰ সমিপ পায়া সম্পতি লিভিবি ॥১০৪৫ বােধন উচিত জুক্তি নাহিকে জাহাৰ । সম্পতিয়ে মোক জদি পাসৰস তঞি। জুক্তি কৰি বোৰ কৰিয়ে বাপ আৰ॥১০৩৮ ততকৰি তােমাৰ আধৰ্ম নাহি করি। সংসাৰত অাছে জত পাপ গুৰুত্তৰ। উদ্ধৱ বতি। মােক পাসৰিলে তােৰ হৈবে নিৰন্তৰ ॥১০৪৬ উদ্ধর বদতি মাতৃ চেতন লভিয়ো। মোহাৰ বচন চয় গৈয়া মথুৰাত। কৃষৰ ভক্তৰ দাস আমাক মাতিয়ে । সাম্প্রতে কহিব তুমি কৃষ্ণুৰ আগত । প্রসন্ন হুয়োক ৰাধা দেবি সুৰেশ্বৰি। শ্ৰীকৃষ পৰমানন্দ মােৰ স্বামি হৰি। তজু দাস জাইবাে মঞি মথুৰা নগৰি৷১০৩৯ সীঘ্রকৰি আনি দিয়া মোক নপাসৰি ॥১০৪৭ কাষ্ঠৰ পুতলা পৰাধিন জেনমত । তাস্বতন্ত্র পৰাধিন নিব। সতত । সুন্দৰি নাৰিৰ মধ্যে জিতে। ভাগ্যৱতি। যেন বৃস বসত্তি বৃস বাহক। কতপুন্য কৰি লভি আছে হেন পতি। সেহিমত মােক জানা ইশ্বৰ কযুৰ ॥১০৪০ স্বামিসমে ভেদ হেন কোনে সহিচয়। সমস্তে জগত মাতৃ জানা নিৰন্তৰ। মোত কৰি হেন কৈত দুখীনি আচয় ॥১০৪৮ নিচয় জানিবা মাতৃ তাধিন কৰ। জিতেবােধে মােহােক বুঝাইবে আনিচয়। ব্ৰহ্ম বৈবৰ্ত্তৰ পদ আতি মনােহৰ। ৰাধা উদ্ধৱৰ কথা ক কচিকৰ।১০৪১ সিতে বােধ জগতে সমন্তে নাহিকয় । নৱতি অধ্যাৰ কথা ভৈলা সমাপত । কি দোষ দিয়া বাপ মােহোক সম্প্রতি। রাধা কৃষ্ণ নাম লৈয়া মুখত সতত। কৃষ্ণ বিনে আনত নপসে মোৰ মতি ॥১০৪৯