পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ। কোন জনি পাত্রে সুবৰ্ণৰ চন্দনক লৈয়া ৰুছিক। কোনো জনি, হাতে ধৰি আছে গোৰোচন। কুঙ্কুমক লৈয়া তাছে কোনো গ্রহন কৰয় ৰধা জোনো কোনো জনি হাতে ধৰিয়া আছে দর্পন ।। কস্তুৰ হিতে ৰত্ন পাত্রে কোনো জনি লৈয়া গাছে হা? কোনো স্বাপাপু পাৰে কৰে পৰিচয়। কোনো সােকে ৰত্ন পাত্র লৈয়। মধু পুনকৰি আছে থৈয় সুগন্ধি ত্যৈক কোনো জনি ধৰিচয় ।। কপুৰ তাম্বুল কোন জনি সুবাসিত কৰি থৈলা আনি সুবাসিত জল কোনো জনি গনিচয় । ক্রিড়াৰ পুতলা মনোনিত বিশ্বকর্ণে চিত্র বিচিত্রত পূতাক কোন জনি ৰখে কৰি ভয় । কোন জনি পণ্ড ৰহি চয় ৰাধিকাক লাগি কৰি ভয় কেনো জনি ৰত্ন ভুষনক নিচয়। দ্ধি বস্ত্র দ্রব্য অনি মোল্য বসন মনে সানি ৰাখি। থাক কতোজনি কৰি ভয়। ৭ ০। উপহাৰ গোপি চয় ৰাধিকাক লাগি কৰি ৰাধাৰ সামপে গোপিয়ে ৰখি আচয়। কেস বেস অণে গোপনাৰি মাল্য চয় তৈতে থৈয়। অৰি অগ্রত কঙ্কন ধৰিয়া কতে। থাকয় ।। জয় বুলি আনে কতােজনি কতােজনি ধাত্রি বন আর্নি কতােজনি আসি ৰাধাক তুতি কৰয় । ৰাধাৰ সেকত কতো জনি প্রবােধ কৰিবে বেলে বানি আসিয় সোকে পড়িয়। তাতে কয়।। কোনজনি আসি গোপৰানি ৰাধিকাক হেন বুলি বানি তপত সয্যাৰ পৰা আনি তুলি ধৰি। মহা মনােৰম সয্যা কৰি তাত শুৱাইলা যত্নে খৰি সৰিৰত শ্ৰেষ্টা হুইবা জেনমত কৰি।। হেনয় ৰাধাক মুনি বড় দেখি মােক ভৈর উদ্ধৱৰ উদ্ধৱে বুলিলা বাধিকাক ভয় কৰি। বলোৰাম নাম দ্বিজে ভনে মােৰ মন নাক নাৰায়নে সদায়ে বুলিয়ে বাধা কৃষ্ণু ৰাম হৰি।