পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। ৰাধাৰ প্ৰতি উদ্ধৱৰ পুনঃ সন্তাপ বাণি উদ্ধৰ বদতি ৰাধ জগত ইশৰি। জানো ফেসব তুমি প্ৰান সমসৰি। সিদ্ধযোগি সৰ্বক্তি সুসিদ্ধ। স্বৰূপা। প্ৰকৃতিৰমুল তুমি দেবি ভক্তি ৰুপ॥ ৯০৫ পৃথিনীক পাইলা তুমি শ্ৰীদাম সাপ। কৃষ প্ৰান দেবী তুমি থাকা হৃদয়। কেসৱৰ সুভ শাা সুনা ভগৱানি। সখি সমে গিৰ হু: সুনিয়ে গোসানি॥ ৯০ ৬ দুখ সব দেখিবেক তযু হৃদয়ৰ। অগনি নিবান জেন বসনে জলৰ। অমৃতৰ বৃষ্টি জেন দেহ স্বম্ভ হুই। কৃষ্ণ ৰ বিৰহ দুখ নিচ্ছই। ৯০৭ ৰসায়নে জেন নতে দেহ স্বস্ত হুই। তোমাৰ সংৰৰ স্বস্ত হুইবেক নিচ্চই। নন্দক ৰাখিচে বসুদেব মহাভাগি। সুখে আছে নন্দ উপনয়নক লাগি॥ ৯০৮ মঙ্গল কক কৰি জেৰ সমাপ। ৰামকৃয সনে নন্দ আসিবে সাম্প্ৰত। গোকুলে আষিয়া হৰি মাতৃক নমিল। মহা হসে ৰাত্ৰি বৃন্দাবনত পসিব | ৯০৯ অল্প কালে দেখিৰা কৃষৰ চন্দ্ৰ মূখ। সঙ্গে ত্যাগ হৈৰে কৃয় বিৰহৰ দুখ। শিৰ হোৱা মাতৃ তেজাসোক নিদাৰুণ। গ্ৰহণ কৰিয়ে। অগ্নি শুদ্ধ যে বসন॥ ৯১০ অমোল্য ৰত্নৰ অলঙ্কাৰ সুসোভন। কস্তুৰি কুঙ্কুম সমে সুসিদ্ধ চন্দন। কেসক সংস্কাৰ কৰি হুয়ো সোভন। মালতিৰ মাল্যে সতি কৰিয়ে ভুষন॥ ৯১১ সিখত সিন্দুৰ গণ্ডে ছিত্ৰ বিছিলিত। গ্ৰহন কৰিয়ে। মাত্ৰ চন্দনে সহিত। আলতা নুপুৰ পায়ে কৰিয়ে ৰঞ্জন। উঠিয়েক ভগৱতি ৰত্ন সিংহাসন॥ ৯১২ পঙ্ক সয্য। এfড় হৰ্ষ কৰিয়েক মতি। সুমধুৰ মধুপান কৰা ৰা সতি। সুবাসিত জল পান কৰা ৰাধা সতি। কপুৰ তাম্বুল দেবি ভুঞ্জিয়ে। সম্প্ৰতি॥ ৯১৩ সমে নিশ্মি আছে স্যা মনোৰ। অগ্নি শুদ্ধ বস্ত্ৰ হাতে আছে কচিকৰ। সুগন্ধি কৰি সমে মালা মালতি। পুষ্পক সহিছে জাতি ছন্দনে ৰুচিৰ। ৯১৪ সব্য। চতুষ্পাসে আছে মাল্য মালত। হিৰ হাৰ ছয় আছে দেখিতে ৰুছিৰ। নি শ্ৰেষ্ট হিৰা মুক্তা মানিক সকলে। ছন্দ তপ সবে আছে সুৰ্য্য সম জলে॥৯১৫ হেন সয্যাত দেবি কৰিয়ে সয়ন। (সবিয়া থাকোক মাত্ৰ তযু সখি গণ। স্তে চামৰক ধৰি তযু সখি গণে। তোমাৰ ছন সেৱা কৰোক এখনে। ৯১৬ ৰত্নাসনে নিশ্মি আছে দপন চাহিয়ো। কৃযুৰ চৰণ চিন্তি আনন্দে থাকিয়ে॥ এহিবুলি মৌন তৈল উদ্ধৱ মহন্ত। ৰাধা পাদপদ্ম বিৰে পুনু নমিলন্ত॥ ৯১৭ উদ্ধৱৰ বাক্য শুনি ৰাধিকা গোসানি। সমস্তে যৌতক দিল উদ্ধৱক বিশ্বকন্মে বছি আছে আঙ্গুষ্টি পাৱৰ। প্ৰদিপৰ জোতি যেন আতি ঝাতিস্কাৰ। ৯১৮ কৃষক দিলন্ত অগ্নি ৰাষ মণ্ডলত। পিত ধনু সুৰঙ্গ সুন্দৰ কান্তি মত। কুণ্ডল সহিতে মণি অপুৰ্ব ৰত্ন। ভুসনৰে ভুসন দিলন্ত কছিকৰ। অগ্নি সুদ্ধ বস্তু যেন আতি, মনোম। ত্ব জান সমে দিল আতি নিৰুপম। আনি।