পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ। সখিসকলৰ সান্ত্বনা বাণী। ৰাসৰ মণ্ডল অনুপম জাক দেখি জন্মে সহকাম জলিয়া গচয় অদ্যাপি প্রদিপ পান্তি। মনি সাৰ শ্ৰেষ্ট নিচিন্ত পসে জাত প্রভু ভগৱন্তু সুর্য সম রাম মন্দিৰে কয় কান্তি । পুয়চন্দ্র কান্তি আছে তাত গোপ কন্য। অ{ছে অসংভক্ষ। সুগন্ধি পুস্পৰ বছি আছে সজ্যাচয। ৰতিযোগ অর্থ মনোৰম কপুৰ তাম্বু নিৰুপম সুগন্ধি মালতি মাল্য চয় এক সয় । ৮৯৭ চামৰ দৰ্পন জলে তাত মুকুতা মানিক অসংখ্যাত হিৰ হাৰ চয়ে আসিয় সুমণ্ডিত। কস্তুৰি কুঙ্কুমে সমে হাত চন্দনে সম্পূর্ণ ৰত্ন পাত্র নানা উপবনে হাতিয় মনোনিত। কৃড়। সৰোবৰ মনোহৰ পদ্ম শ্রেনি তাত ৰুছিকৰ সুগন্ধ পুস্পৰ বৰিচয় মনোৰম। সমস্ত বিভৱ আছে ঐ৩ মােৰ প্রাননাথ অাছে কৈত কৈক গৈল। প্রভু ব্ৰহ্মাদিৰে। পুজ্যত্তম। bab তাহ। কৃষ, হাহা ৰাম নাথ কৈ গৈলা মোৰ প্রাননাথ তুমি বিনে ইতো মােৰ গান নােসোভয়। ভযু দসি মােৰ দোস চয় মসি ও সবে দয়াময় সেহি দোস ঢয় ক্ষেমা কৰা কৃপাময় । এহি বুলি পাছে চাৱলি মুচ্চা গৈয়া পড়িল ঢলি উদ্ধৱে চেতন কৰাইল পুনৰবাৰ। ৰাধাৰ ভক্তিক দেখি সন্ত পৰম আচাৰ্য্য মানিলন্ত হৃদয় হুয়া ৰলিন্ত অৰ ।। ৮৯৯ ৰাধিকাৰ সপ্ত সখি গনে চামৰক ধৰি ভাৱক্ষনে বুলিবে লাগিল। আতিসয় খেদ কৰি। তিনি লক্ষ গােপি আতি প্রেমে সেবিয়া ৰহিল। অনুক্রমে সতকৌটি গােপি ৰাধাক ৰাখে আবৰি। নিত নিসাত গােপি গনে ৰাখিয়া থাকয় অনুক্ষনে কাজলক হাতে ধৰি কোনো জনি আছে। কোন জনি হাতে মাল্য পৰি ৰাধাক দিক অনুসৰি সিন্দুৰ ধৰিয়া কোন আছে ৰাধা কাছে । •১৩ দ