পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ ৮৮৭ ৰুপৱন্ত তনু পাম । কোনে পাঞ্চি দিলে তােক। চেতন কৰাইলি মােক । ৮৮৬ কয় কির্তি কৈত পাইলি। ইথনক কিয় আইলি। কৃষ কিৰ্ত্তি আবে মানে।। কৃষ পাৰি সদ জানো। কৃষ্ণ, বললাভদ্র দুই। কুসলক কহ তঞি'। কোন গুনে নন্দ অাছে।

  1. হ তঞি মােত পাছে ।

আসিবেক নাৰায়ন। পুন্য ইতে। বৃন্দাবন। পুনু দেখি হৈবো সুখ। পুন চন্দ্র সম মুখ। কৃষসমে পুনুবাৰ। ক্রিড়া কৰিবোহে আৰ। ৰাষ, মণ্ডলত আমি। জমুন জলত নামি। ৮৯০ সখি সমে পুমুৰ্বাৰ। কৃষ, সমে মই আৰ। নদৰ নন্দন সঙ্গে। চন্দন দিবােহো ৰঙ্গে। উদ্ধৱে বােলয় বানি। নিয়োক ভগৱানি, উদ্ধৱজে নাম মোৰ। খেত্রিয় মধ্যে সাৰ। ৮৯২ বাৰ্তালৈয়া তােমসাৰ। মোহোক পাঞ্চিলে আৰ। কৃষ্ণুৰ আজ্ঞায়ে আইলো। তোমাৰ সমিপ পাইলো। কৃষ্ণ পাৰি সদ তামি। মোহােৰ কৃষুেসে স্বামী। ৰা কৃষ্ণ, দুই ভাই। কুলে আচষ্ট চাই। উপনয়নক গি। গছে নন্দ মহা ভাগি। নৰ কুসল সাৰ। কহিলে।হে। মই আৰ। ৮৮৮ ৮৯৪ ৮৮৯ দ্বিজ বলোৰামে ভনে। ৰাধা কৃষ্ণ বোল। ধনে লেছাৰি। উদ্ধৱৰ আগে বোলে বানি সােকাকুল হুয়া ৰাধা ৰা। জমুনাৰ তিৰে বাপ আতি মনোহৰ। সুগন্ধিত বায়ু নিতে বহে সুগন্ধি পৱনে মােক দহে কোকিলৰ নাদ আতিশয় কছিকৰ। কেলি কদম্বৰ আছে মুল সুগন্ধি পৱনে অমুকুল আজিয়ে। অচয় পুন্য ৰম্য বৃন্দাবন। কোকিলৰ নাদে মনােৰম মধুপানে ৰত নিৰুপম দুৰত বসন্তে উম্মত কয় মন।। ৯৬