পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহ-বিচ্ছে। as বধিল আনল মনে; শুনি দশগ্ৰীৰে, সীতাক হৰিৰে, মাৰীচে যুক্তি কৰিলে। মায়া মৃগ খেদি গৈলা ৰঘুপতি, লক্ষ্মণো চলিলা পাছে। এহি অৱৰে দুৰ্জন ৰুমে জানকীক হৰি নিলে। ৫। গহন কাননে জানকী ৰতনে হৰুৱালা ৰঘুপতি; বালি বধ কৰি, সুগ্ৰীৱেৰে সখি কৰিলাহ মহামতি। বান্ধিলা সমুদ্ৰ, বধিল ৰাক্ষস, জানকী উদ্ধাৰ কৰিা ৰাঘৱ, জয় ধ্বনি কৰি, সৰ্য্যে শ্ৰীহৰি, পালাহি আযযাধ্যা নগৰী। ৰামলৱ কুণক কোলাত লৈ) ধন্য তোমালোকৰ শিক্ষা। তোমা- লোক গানে আজি মোক সমূলি মোহিত কৰিলে। তোমালোকৰ গাত সম্পূৰ্ণৰূপে ৰাজলী বিৰাজ কৰিছে। তোমালোক নিশ্চয় কোনো ৰাজপুত্ৰ। মোক আজ ব্যাকুল নকৰিব। এয়ে যথেষ্ট হৈছে, এতিয়া নিজ নিজ পৰিচয় দি তাপিত দেহ শান্ত কৰা। লক্ষ্মণ-ককাইদেউ! এওঁলোক যে আযোধ্যাৰ মহালক্ষ্মীৰ সন্তান তাত আৰু বিন্দু মাত্ৰও সন্দেহ নাই। হায় ৰাৰ গৰ্ভত .