পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিছে। নমো পৰম ব্ৰহ্ম ৰাম ৰাণীৰ লোচনং। ২। কাকুং কমনাথ কৌশল্যা নন্দনং। ক নেত্ৰ, কপি মিত্ৰ, কোদণ্ড ভঞ্জন। খড়গ হ, খৰ ধ্বংশী, খল বল নাশনং। গণ পা, গণ জাত, গবানল সাধনঃ॥ গুণাকৰ গান গুৰু যত পালনং। বনানন্দ, ঘনশ্যাম, ঘণবাৰি বাৰণং। ৩। দুৰ্বাদল শ্যাম ৰাম জগধাম, বঘুকুল ধুৰৰ অনুপম। পিতৃ আজ্ঞা পালি, বলা বনবাসী, ততাযিলা বিমাতা কৈকেয়ীৰ মন। পঞ্চবটীবন কৰিলা আশ্ৰম, হলা সীতা, কৰিলাহ ৰণ, কৰিলা বহুত ৰাক্ষস নিধন, ধৰ দূষণৰ বধিৰ। পৰাণ। ৪। প্ৰভু ৰাম পৰিলা বিষম ফান্দে। অতি মায়াবিনী ৰাৱণ ভগিণী, মায়াজাল বিস্তাৰিলেহে। মহা অপমানে, মনৰ বিচাতে, থক গৈয়া জনালে। মহ অহাৰী, সজ্জনৰ অৰি, সাজিলাৰণৰ সাজে। যোৰ অন্যত ও দূষণ