পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। ৩য় অঃ। তুমি চিনা, তুমি চিনা, তুমি চিনা ফুল। গোলাপত কাঁইট দেখি, কেতেকীত সাপ দেখি, যি নোতোল ফুল সখী, সি কি বুজে মোল। (কলন মুৱা হৈ) থোৱ। চতুৰালী, দি গালি পাৰি। ১ম আৰু ২য় অঃ। (কেতেকী ফুলৰ পাহি গালৈ দলিয়াই; সুৰ লগাই) আমি কেতেকীৰ পাহিৰে (কাপোৰৰ আঁচলৰে চকুৰ পানী মচি) দেখা চকুৰ পানী ১ম আৰু ২য় অঃ। (৩য় অপৰীক সাবত মাৰি), আজি ফুলনীৰ মাজতে পাতিম ৰাণী। অপৰী-উ-উ- -(ক্ৰন্দন)। ১ম আৰু ২য় অঃ। (সুৰ লগাই) না বুলিয়ে মাতিছে কুউ-উ-উ-উৰুলি ধ্বনি) ৪ৰ্থ অ। সখি! সৌটি কোন্? গুন্ গুন্ গুন্ কৈ আল-কুমলীয়া যুতি ফুলটাৰ, ৩য় অঃ।