পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ বৈদেহী-বিছেদ। ১ম অঃ। ২য় অঃ। যুতি নলওঁ জাতি নিদিও জাতি আমাৰ ধন; আমি তুলিম টগৰ, কৰিম ৰগৰ, জাতি নিদিওঁ মন। যি বুজে মোল.তুলিব ফুল, কেতেকী গোলাপ; কেতেকী গোলাপত আছে, কাইট, আৰু সাপ। ২য় অঃ। ৩য় অঃ। গীত গাই ২ চতুৰ্থ অপৰীৰ প্ৰবেশ। গীত। ফুল কাৰ, ফুল যাৰ, ফুল তাৰ ফুল, ফুলে যাৰ আছে হাবিলাষ, লাগে ফুল, তুমি ফুল, যায় প্ৰাণ তাতে সাহ। কাইট তুচ্ছ কথা, বিষধৰ তুচ্ছ বাধা, ফুলৰ প্ৰেমত, কত মহত জীৱত নৈৰাশ। চেৱে চেৰে চাপৰি বজাই একে সুৰত সৰ লগাই) ঠিক ঠিক ঠিক সখী, তুমি চিনা ফুল। ১ম অঃ।