পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY বৈদেহী-বিচ্ছেদ। নাট। প্ৰথম অঙ্ক। প্ৰথম গৰ্ভাঙ্ক। দৃশ্য-নন্দন কানন। (হাতত ফুলৰ কৰণি লৈ অল্পৰীসকল উপবিষ্টা।) অপৰীসকলৰ গীত। ফুলমনে ফুলে আজি ফুলনীৰ ফুল। ফুলিছে গোলাপ স্মৃতি টগৰ বকুল। পাহি পৰিধানে কাচি, হাঁহি হাঁহি নাচি নাচি, ভোমোৰা মদনে আজি কৰিছে বাতুল। তোলে। আমি তোলে। ফুল কৰণি ভৰাই; আমি তোলে।জাতি বৃতি তুমি ভোলা পাই। ১ম ৭ঃ। ২ঃ সঃ। DISTRICT LIBRARY (HEM BARUA COLLECTION)