পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আশা কৰিব পাৰিম কুটুমে শিশু ৰগৰপৰা মুক্ত হৈ জন সমাজত মুখ দেখাব পাৰিব। যি ন নহওক আপুনি আমাৰ উপকাৰাৰ্থে ৰুই দি যোৱা মিঠা আমাৰ পুলি আপোনাৰ জহত মিঠা আম খাবলৈ পাম আশাৰে মনক উৎসাহিত কৰি উপকাৰৰ বাবে কৃতজ্ঞতাৰ চিন স্বৰূপে “বৈদেহী-বিচ্ছেদ নাটক” নামে এই সৰু পুথি খনি আপোনাৰ স্বগীয় আত্মাৰ ওচৰত দণ্ডৱতে অৰ্পণ কৰিলে।। যদি এই পুথিখন আপোনা এক তিল মানে। আদৰৰ পাৰ হব পাৰে, তেন্তে মোৰ এই জঠৰ আলিৰে কাপ ধৰি কলাপাতত বৰ্ণমালা লেখিবলৈ কৰা যত্ন সাৰ্থক হব। নগাও আসাম। ১৩০৭ চন, আষাঢ় এদেৱনাথ বৰদলৈ।