পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। মন এতিয়াও আগ বাঢ়িব লাগিছে। আৰু নন কি বিপদ হব বিধাতা! তোমাৰ লীলা অভেদ্য। তোমাৰ মায়াজাল ভেদ কৰিবলৈ আজি মই সম্পূৰ্ণৰূপে অক্ষম হলো। ধন্য তুমি। গীত। কিনো মায়াজাল, বিষম জঞ্জাল, এৰাব নোৱাৰো সমূলি। দৃষ্টি পথ বেৰি, বেজাৰ-কুলি, নেদেখো জোনাকী বিজুলী। বিৰাজিছে ভয় দুখ তাপ, ভীষণ মুকতি শোক-পিশাচ, সমস্ত সংসাৰ, দুখ পাৰাবাৰ, শোকৰ অটল ঘুনি। চতুৰ্থ গৰ্ভা। দৃশ্য-এজোলা বটগছৰ তলত এখন মনিহাৰি দোকান। দোকাণ আৰু তেওঁৰ বন্ধু বান্ধৱসকল উপবিষ্ট। দোকানী-(ভাঙ্গৰ চিলিম হাততলৈ) আপ, পিজিয়ে। এবা-(হাত মোৰ কৈ) নাই তাই চাহে। আপ, পিজিয়ে। নোকা আল ফালে হিলিম আগ বঢ়াই। আপ, নিয়ে।