পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহ-বিচ্ছেদ। her সমুচিত দণ্ড কৰি, তযু পদ তলে, নাগ পাশে বান্ধি শওঁ, প্ৰজাৰ সঙ্গে। ৰাম-বোপাহঁত যি শত্ৰুৱে মহাবীৰ লণক নিধন কৰিব পাৰিছে, তাক অতি সামান্য শত্ৰু বুলি নাভাবিবা। মোৰ ইচ্ছা, তোমা- লোক দুয়ে যোৱ।। সৈন্য সামন্ত বল কিছু বেচিকৈ লোৱ।। অতি সাৱধানে যুদ্ধ কৰিব। মই নিজে সম্প্ৰতি যুদ্ধলৈ গ'লে ৰাজনীতিৰ কিছু লৰচৰ হয়, বিশেষকৈ তোমালোকৰো যুদ্ধ যাত্ৰাৰ ইচ্ছা অতিশয় প্ৰৱল হৈছে গতিকেহে তোমালোকে আজি যুদ্ধ যাত্ৰাৰ অনুমতি পাব পাৰিলা। আশীৰ্বাদ কৰিছে যেন শত্ৰু জয় কৰি কুশলে ঘৰ পোৰাহি। (নেপথ্যে প বাদ্য) (ভৰত আৰু শত্ৰুঘ্নৰ সশস্ত্ৰে ৰণাত্তেজনাৰ গীত। ) জয় ৰাঘৰৰ জয়, জয় অযোধ্যাৰ জয, জয় জয় ৰঘুপতি, জয় জয জয়। যত প্ৰজা সেনাচ, গোৱা ৰাঘৱৰ জয় উক অচিৰে যেন নিচান বিজয়।